নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ৰাজ্যৰ চুকে কোণে থকা মহিলাসকলক সামৰি লৈ,প্ৰতিটো অঞ্চলত ২০গৰাকী নিৰ্বাচিত মহিলাৰ কোষ গঠন কৰি সৱলীকৰণ,কষ্টসহিষ্ণুতা, আত্মনিৰ্ভৰশীল,পৰমুখী পৰিহাৰ কৰি ৰাজ্যখনক স্বনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ২০২৩ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছে “অসম প্ৰগতি ফাউণ্ডেশ্যন” শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনৰ। এই “অসম প্ৰগতি ফাউণ্ডেশ্যন”ৰ ৰবিবাৰে এখন গুৰুত্বপূৰ্ণ সভা নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১ জুলাই:–নগাঁও জিলাৰ ইতিহাস বিজড়িত বেবেজীয়াৰ জামুগুৰি গাঁৱৰ সাহসী সন্তান তথা ১৯৪২ৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিটি অহা ২০ছেপ্টেম্বৰত জামুগুৰিত উন্মোচিত হ’ব ৷ ইতিমধ্যে এইগৰাকী অতুল্য প্ৰেৰণাৰ প্ৰতীক শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তি ভাগ আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মাণ আৰু উন্মোচনৰ দিহা
নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থসিদ্ধি তথা কূটিল অভিসন্ধিৰ বাৱেই সম্প্ৰতি ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি হোৱা বিষয়টোৱে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা চহৰৰ মাজেদি ফ’ৰলেন নোযোৱা বুলি নিশ্চিত হোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে কুঁৱৰীটোল,হাটবৰ আৰু জখলাবন্ধা বাসী ৰাইজ। জখলাবন্ধা চহৰখন এলাগী হোৱাৰ লগে লগে ইয়াৰ
PALASBARI,July 1:The Adani group-run Lokpriya Gopinath Bordoloi International (LGBI) Airport in Guwahati, will shift to its new terminal by April 2025, a senior official confirmed. It may be mentioned here that the initial target to complete the terminal building, being developed at a total cost of over Rs 2,000 crore,
মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত সজাগতা সভা ।। তাৰ সমন্তৰাল ভাবে আজাৰা আৰক্ষী থানাতও সজাগতা সভাৰ আয়োজন কৰা হয় ।। নতুন আইনও ন্যায়িক ব্যৱস্থাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা আজাৰা আৰক্ষী থানাত ।। এই নতুন আইনও ন্যায়িক ব্যৱস্থাৰ সজাগতা সভাত উপস্থিত থাকে পশ্চিম আৰক্ষী সংমণ্ডলৰ DSC PROBATIONER স্বপ্ননিল বেজবৰুৱা , আজাৰা