Category: Assamese News

বিশ্বত বিৰল এজোপা তমাল গছক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদামত গছ বিহু উদযাপন

বিশ্বত বিৰল এজোপা তমাল গছক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদামত গছ বিহু উদযাপন

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামত থকা এজোপা দুষ্প্ৰাপ্য,বিশ্বত বিৰল তমাল গছত বিহুৱান পিন্ধাই উদ্‌যাপন কৰা হয় গছ বিহু ৷ অৰণ্য সুৰক্ষা সমিতি,অসম আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত পুৰণিগুদামৰ সমীপৰ নলবৰাগাঁৱত অনুষ্ঠিত হয় এই গছবিহুৰ পুৰণিকলীয়া পৰম্পৰা ৷ এক সুন্দৰ পৰিৱেশত

ঈদৰ বজাৰ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত…

ঈদৰ বজাৰ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত…

ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ ময়মতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰঙিয়াৰবাসী । কিয়নো এদিন পূৰ্বে হঠাৎ অহা বৰদৈচিলা আৰু শিলাবৃষ্টিয়ে ৰঙিয়াৰ ধুহিবালা, ডিমু, বালিসত্ৰ, কেন্দুকোনা, বালিসত্ৰ,

তীব্রবেগী বাহনে খুন্দা মাৰিলে দোকানত, আহত চালকসহ আন এজন

তীব্রবেগী বাহনে খুন্দা মাৰিলে দোকানত, আহত চালকসহ আন এজন

দৰঙৰ দলগাঁৱৰ চকৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। তীব্রবেগী বলেৰ’ পিকআপ ভানে মহটিয়ালে গেলামালৰ দোকান। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ চালক ভৃগু ডেকা। আহত দোকানখনৰ মালিক দিলদাৰ হকো। ঘটনাস্থলীত উপস্থিত আৰক্ষী।

শাস্ত্ৰত উল্লেখ আছে চুলি ধোৱাৰো নিয়ম, নাৰীৰ চুলি ধোৱাৰ লগত জড়িত শুভ আৰু অশুভ দিনবোৰ জানি লওক

শাস্ত্ৰত উল্লেখ আছে চুলি ধোৱাৰো নিয়ম, নাৰীৰ চুলি ধোৱাৰ লগত জড়িত শুভ আৰু অশুভ দিনবোৰ জানি লওক

হিন্দু ধৰ্মগ্ৰন্থত কেৱল পূজাৰ পাঠেই নহয়, প্ৰায় সকলো কামৰ বাবে প্ৰয়োজনীয় নিয়ম আৰু দিনৰ কথাও উল্লেখ কৰা হৈছে। এই নিয়ম মানি চলিলেহে সুখ-সমৃদ্ধি ঘৰত থাকে। হিন্দু ধৰ্মত ঘৰৰ নাৰীক ঘৰৰ লক্ষ্মী বুলি গণ্য কৰা হয়। ঘৰৰ সুখ আৰু সমৃদ্ধি ঘৰৰ লক্ষ্মী অৰ্থাৎ নাৰীৰ লগত জড়িত। এনে পৰিস্থিতিত ঘৰৰ মহিলাসকলে শাস্ত্ৰত

টেংকাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ গ’ল এজনৰ…

টেংকাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ গ’ল এজনৰ…

জখলাবন্ধাৰ আমগুৰিত টেংকাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ। শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত বাইক আৰোহী আতাবুৰ ৰহমান। গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী। আহত ইছমাইল আলীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্রেৰণ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।