যোৰহাট জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত তথা লাহিং আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়াকৈ সতী সাধনী দিৱস উদযাপন কৰা হৈছে। আজি সকলোৱে সাধনীৰ দেশপ্ৰেম, ত্যাগ,অনন্য সাহসক সোঁৱৰিছে শ্ৰদ্ধাৰিছে।অষ্টমজন চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজপালৰ
Category: Assamese News
প্ৰয়াত নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুতিথিৰ লগত সংগতি অসম ৰাজ্যিক NSUIৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUIৰ সহযোগত অহা ২২এপ্ৰিল শনিবাৰে প্ৰতিবছৰৰ দৰে এইবাৰো নাজিৰাত অনুস্থিত কৰিবলৈ লোৱা
সদৌ চুতীয়া জাতীয় সন্মিলন,চুতীয়া জাতি যুৱ সন্মিলন আৰু চুতীয়া জাতি মহিলা সন্মিলন চাৰিং আঞ্চলিক,মোমাই তামুলী আঞ্চলিক আৰু ভূঞাহাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিং বাসী ৰাইজৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে
সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামত থকা এজোপা দুষ্প্ৰাপ্য,বিশ্বত বিৰল তমাল গছত বিহুৱান পিন্ধাই উদ্যাপন কৰা হয় গছ বিহু ৷ অৰণ্য সুৰক্ষা সমিতি,অসম
ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ ময়মতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত