Category: Assamese News

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিলসদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন “আই কনকলতা মহিলা তীৰ্থ”ৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি দেওবাৰে নগাঁও আমোলাপট্টিস্থিত চন্দ্ৰজ্যোতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ

নগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

নগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ ”দ্বিতীয় বুদ্ধ” উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

বিশ্ব অভিলেখ গঢ়িব বিহুৱে। সেয়ে নলবাৰীও হৈছে সাজু। মেগা বিহুৰ অনুষ্ঠানত ৩০০ ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১০০০০তকৈও অধিক বিহুৱা-বিহুৱতীয়ে বিহুনাচেৰে বিশ্ব অভিলেখৰ গঢ়িব। সৰুসজাইৰ উক্ত

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ বিহুৱা-বিহুৱতীসকলে আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ

শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব বিহু নাচ । এই উপলক্ষে বিগত কিছুদিনৰ পৰা জিলা পৰ্যায়ত চলি থকা বিহু নাচৰ আখৰাৰ আজি অন্তিম দিনা