নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ ”দ্বিতীয় বুদ্ধ” উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি
Category: Assamese News
বিশ্ব অভিলেখ গঢ়িব বিহুৱে। সেয়ে নলবাৰীও হৈছে সাজু। মেগা বিহুৰ অনুষ্ঠানত ৩০০ ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১০০০০তকৈও অধিক বিহুৱা-বিহুৱতীয়ে বিহুনাচেৰে বিশ্ব অভিলেখৰ গঢ়িব। সৰুসজাইৰ উক্ত
গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ বিহুৱা-বিহুৱতীসকলে আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ
১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব বিহু নাচ । এই উপলক্ষে বিগত কিছুদিনৰ পৰা জিলা পৰ্যায়ত চলি থকা বিহু নাচৰ আখৰাৰ আজি অন্তিম দিনা
বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো। ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক। দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ। পেছাত তেওঁ এগৰাকী টেট শিক্ষক