26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ…

Assamese Newsডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল স্কুটী আৰোহীৰ...
  • বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
  • ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক।
  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ।
  • পেছাত তেওঁ এগৰাকী টেট শিক্ষক আছিল।
  • মৃত শিক্ষকজনৰ ঘৰ কাছাৰৰ কালাইনত বুলি জানিব পৰা গৈছে।
  • আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!