যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব-তেতিয়া হনুমান চালিশা কেতিয়াও আধৰুৱাকৈ নপঢ়িব।হনুমান চালিশা সম্পূৰ্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব।চৌপাই কেইটাৰ উচ্চাৰণ ঠিক মতে কৰিব।হনুমান চালিশা পাঠ কৰাৰ আগতে-প্ৰভূ শ্ৰীৰাম আৰু মাতা সীতা সেৱা জনাব।( Religious Studies ) হনুমান চালিশা সদায় আসনত বহিহে পাঠ কৰিব।বীৰ হনুমানৰ মূৰ্তি তথা ফটো
Category: Assamese News
হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। ( Religious Studies ) প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে । এই কৈলাশ পৰ্বতৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে বুলি
পৃথিৱীৰ প্ৰতিখন চহৰ কিছু বিশেষত্বৰ বাবে জনাজাত, কিন্তু বিশ্বৰ এনে এখন চহৰ আছে য’ত সৰহসংখ্যক পৰিয়ালৰ সন্তান যঁজা। সেইবাবে বেছিভাগ লোকে সেই ঠাইলৈ গ’লে বিভ্ৰান্ত হৈ পৰে। এই চহৰখন সমগ্ৰ বিশ্বতে যমজ সন্তানৰ চহৰ হিচাপে বিখ্যাত। নাইজেৰিয়াৰ ইগবো-ওৰা চহৰৰ জনসংখ্যা ২ লাখ ৭৮ হাজাৰ। এই গাওঁখন নাইজেৰিয়াৰ ৰাজধানী লাগোছৰ পৰা
পিঠিৰ বিষ বহুতো কাৰণত হ’ব পাৰে। যিকোনো লোকৰে এই অভিযোগ থাকিব পাৰে। সাধাৰণতে, শৰীৰত পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবে পিঠিৰ বিষ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু এই শিতানত পুৰুষৰ পিঠিৰ বিষৰ কাৰণ আৰু ইয়াৰ উপায়সমূহৰ বিষয়ে উল্লেখ কৰা হ’ব। • পুৰুষৰ পিঠি আৰু কঁকালৰ বিষৰ মু্খ্য কাৰণঃ ১. যিকোনো প্ৰকাৰৰ সংক্ৰমণৰ ফলত,
যেতিয়াই মেদবহুলতাৰ কথা কোৱা যায়, যুৱপ্ৰজন্ম আৰু মধ্যবয়সীয়া মানুহৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়, কিন্তু বৰ্তমান যুগত, পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানৰ বৰ্ধিত ওজনৰ বিষয়ে যথেষ্ট চিন্তিত হৈ পৰা দেখা যায়। মেদবহুলতাৰ বাবে, শিশুৰ ৰক্তচাপ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু বহুতো ৰোগৰ আশংকা বৃদ্ধি হয়। এনে পৰিস্থিতিত, পিতৃ-মাতৃয়ে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ