সকলোৱে নিশ্চয় ৰেলত ভ্ৰমণ কৰিছে। ৰে’লত বিভিন্ন সংস্কৃতি আৰু উপভাষাৰ মানুহক লগ পোৱা যায়। লগতে, বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰা লোককো ৰেলত দেখা যায়। কিন্তু শেহতীয়াকৈ এনে ঘটনা পোহৰলৈ আহিছে য’ত মহিলা আৰু পুৰুষসকলে পেণ্ট পৰিধান নকৰাকৈ ৰেলত উঠি যাত্ৰা কৰিছে। এই ঘটনাটো সঁচাকৈয়ে আশ্চৰ্য্যজনক। প্ৰকৃততে এই ঘটনাটো লণ্ডনৰ। য’ত
Category: Assamese News
আজি ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত আম আদমি পাৰ্টীৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। গামোচা, জাপি, প্ৰতীকী গড় আৰু শৰাইৰে আদৰণি জনায় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি সমন্বয়ক অৰবিন্দ কেজৰিৱাল তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক। ভাৰত মাতা কি জয়ৰে প্ৰথমে ভাষণ আৰম্ভ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে। তেওঁ ভাষণত
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদমেল সম্বোধন কৰে। সিঙে উল্লেখ কৰে যে হত্যাৰ ভাবুকি দিছে ‘শিখ ফৰ জাষ্টিচ’ৰ মুৰব্বী গুৰ পতোৱান সিং পান্নুৱে। এই সংগঠনটোক ২০১৯ চনত ভাৰত চৰকাৰে আইনবিৰোধী বুলি ঘোষণা কৰি থৈছে। আৰু ২০২০ চনত গুৰ পতোৱান সিং পান্নুক
দেওবাৰে অসমত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। সোণাৰাম খেলপথাৰৰ বিশাল ৰাজহুৱা সম্বোধন কৰিব দুই গৰাকী মুখ্যমন্ত্ৰীয়ে। বিমান বন্দৰত উপস্থিত হৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে। সংবাদ মাধ্যম সম্বোধন কৰি কেজৰিৱালে কয় যে ”আজি মই আৰু ভগৱন্ত মান অসমলৈ আহিছো। অসমত ৫২ বছৰ কংগ্ৰেছ, ১০
দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে। সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে। তেওঁ কয় যে ভগৱানে অসমক সকলো দিছে। একো ত্ৰুুটি কৰা নাই কিন্তু বিজেপি, কংগ্ৰেছ, অগপই মিলি সকলো