জীৱনত হাজাৰ হাজাৰ সমস্যা? কৰ্মক্ষেত্ৰত অস্থিৰতা, পাৰিবাৰিক অস্থিৰতা, সৰ্বোপৰি, আৰ্থিক অভাৱৰ বাবে মানসিক অস্থিৰতা? বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ এই তিনিটা বস্তু কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগে … শংখ কেতিয়াও মাটিত নাৰাখিব, জীৱনটো অস্থিৰতাৰে ভৰি পৰিব। অভাৱে পিছ নেৰিব। কোনো ধৰণে চাকি মাটিত নাৰাখিব, জীৱন এক বিত্তীয় সংকটত পৰিণত হ’ব। যেতিয়া
Category: Assamese News
চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰৰ বিষ্ণুপুৰত আজি বিয়লি প্ৰায় দুই বাজি ৩০ মিনিটত হোৱা এটি অগ্নিকাণ্ড ঘটনাই কেবাটাও পৰিয়ালক গৃহহীন কৰি পেলায় । লগতেতথ্য অনুসৰি বিজয় টিৱাৰী নামৰ লোক জনৰ ঘৰৰ লগতে ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছিল ছয়টা পৰিয়াল । আজি হঠাৎ হোৱা অগ্নিকাণ্ডত ভাৰাতীয়া সকলৰ লগতে টিৱাৰী পৰিয়ালৰো সকলো সম্পতি
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী ডুমেৰগুৰীত আজি অশোকাষ্টমী উপলক্ষে আই নৈত স্নান কৰিবলৈ গৈ ঘূৰি নাহিল সন্দীৱ সৰকাৰ । ছাত্ৰ জনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ তথ্য অনুসৰি বিগত বহু বছৰ ধৰি অভয়াপুৰীৰ নিকটবৰ্ত্তী ডুমেৰগুৰীত স্থানীয় একাংশ লোকে আই নৈৰ পাৰত অশোকাষ্টমী মেলা অনুষ্ঠিত কৰি আহিছে ৷ সেইমৰ্মে আজি
ৰঙালাওৰ বীজত চুপাৰ ফুডৰ গুণাগুণ থাকে। ডায়েবেটিচ ৰোগীসকলে শীতকালত ৰঙালাওৰ গুটি খাব লাগে। একাপ ৰঙালাওৰ গুটিত থকা কাৰ্বোহাইড্ৰেট নগণ্য। গতিকে ই তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। ৰঙালাওৰ বীজত স্বাস্থ্যকৰ চৰ্বি থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী। আমি সাধাৰণতে ৰঙালাওৰ গুটি পেলাই দিওঁ কিন্তু ই স্বাস্থ্যৰ সম্পদ। ইয়াত বহু
কিডনী হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত অন্যতম। এই অংগই বহু গুৰুত্বপূৰ্ণ কাম কৰে। আমাৰ শৰীৰত দুটা কিডনী আছে যিয়ে তেজৰ পৰা আৱৰ্জনা, অতিৰিক্ত পানী আৰু অন্যান্য অশুদ্ধি ফিল্টাৰ কৰে আৰু সেইবোৰ শৰীৰৰ পৰা আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হেল্থলাইন অনুসৰি, কিডনীয়ে শৰীৰত পিএইচ স্তৰ, নিমখ, পটেছিয়াম আদিৰ