আজি শ্ৰীশ্ৰীবাসন্তী পূজাৰ মহাসপ্তমীৰ দিনটোত সপত্নীক লগত লৈ বশিষ্ঠ মন্দিৰত লগতে পৱিত্ৰ বশিষ্ঠ নৈৰ পৰা জল উত্তোলন পৰ্ব সমাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
Category: Assamese News
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰত আজি প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ বৰক্ষেত্ৰীৰ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নোৱাপাৰা পামৰ চৰকাৰী ভূমিত বৰক্ষেত্ৰী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ ২০০ বিঘা চৰকাৰী ভূমিত
ছৰ্ট চাৰ্ভিচ কমিছন অ’মেন এন চি চি চিৰ সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰথম স্থান অধিকাৰ কৰি ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাৰ্ভা জৈছিয়ে। মিনাৰ্ভাই অহা এপ্ৰিল
এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুগকুছিত। মাজনিশা সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এহাল পতি- পত্নী। নলবাৰীৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত AS
নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা