বাসন্তী পূজাৰ সপ্তমটো দিনত সহধৰ্মিণীৰ সৈতে বশিষ্ঠ মন্দিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মা

বাসন্তী পূজাৰ সপ্তমটো দিনত সহধৰ্মিণীৰ সৈতে বশিষ্ঠ মন্দিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মা

আজি শ্ৰীশ্ৰীবাসন্তী পূজাৰ মহাসপ্তমীৰ দিনটোত সপত্নীক লগত লৈ বশিষ্ঠ মন্দিৰত লগতে পৱিত্ৰ বশিষ্ঠ নৈৰ পৰা জল উত্তোলন পৰ্ব সমাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Shahnawaz Hamza