Category: Assamese News

ডিঙি-পিঠিত প্ৰচণ্ড বিষ! এইকেইটা কাম কৰিলে নিমিষতে দূৰ হ’ব স্পণ্ডিলাইটিছ!

ডিঙি-পিঠিত প্ৰচণ্ড বিষ! এইকেইটা কাম কৰিলে নিমিষতে দূৰ হ’ব স্পণ্ডিলাইটিছ!

সাধাৰণতে অফিচত বহি বহি কাম কৰি কৰি বা বহাৰ ভংগীমাৰ কাৰণে বহুতৰে নানা ধৰণৰ বিষ বা যন্ত্ৰণা হয়। দীৰ্ঘদিন ধৰি এই অভ্যাসৰ ফলত বহুতেই স্পণ্ডিলাইটিছত আক্ৰান্ত হয়। কিন্তু আপুনি জানেনে যে ঘৰতে কিছুমান নিয়ম মানিলে আপোনাৰ স্পণ্ডিলাইটিছ দূৰ হ’ব পাৰে। মাংসপেশী অতিৰিক্ত ষ্ট্ৰেচ কৰাৰ ফলতো পিঠিত বিষ হ’ব পাৰে। চাইটিকা

৭ বছৰ ধৰি শিশুৰ ডিঙিত সোমাই আছিল মুদ্ৰা, অস্ত্ৰোপচাৰৰ জৰিয়তে জীৱন বচালে চিকিৎসকে

৭ বছৰ ধৰি শিশুৰ ডিঙিত সোমাই আছিল মুদ্ৰা, অস্ত্ৰোপচাৰৰ জৰিয়তে জীৱন বচালে চিকিৎসকে

মাত্ৰ ৫ বছৰ বয়সতে উত্তৰ প্ৰদেশৰ এটি শিশুয়ে গিলি পেলাইছিল এটা মুদ্ৰা। অৱশেষত চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে মুদ্ৰাটো আঁতৰাবলৈ সফল হয়। প্ৰায় ৭ বছৰ ধৰি শিশুটিৰ ডিঙিত আবদ্ধ হৈ থকা এটা মুদ্ৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়াই আনে। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, বাঘাউলীৰ মুৰালীপুৰা গাঁৱৰ বাসিন্দা

উজনি-নামনি ভাগ ভাগ কৰা বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কেইবাটাও সংগঠনৰ

উজনি-নামনি ভাগ ভাগ কৰা বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কেইবাটাও সংগঠনৰ

বিপদত পৰিছে বিধায়ক মৃণাল শইকীয়া। ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত এলাগি হোৱাৰ পিছতে আন এক বিপদত পৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। বিলাসীপাৰাত এজাহাৰ দাখিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে। বিলাসীপাৰা থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে অবিভক্ত গোৱালপৰা জিলা আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়াকে ধৰি বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰে।

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে, কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে, কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে।বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা

পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত; হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা

পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত; হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা

👉পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত ৷ 👉হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা ৷ 👉জিৰিবামত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ 👉ছৈবাম শৰৎ কুমাৰ সিং নামৰ ৫৯ বছৰীয়া লোকক শিৰচ্ছেদ ৷ 👉খেতি পথাৰত কাম কৰি থকোতে কেইবাজনো অস্ত্ৰধাৰী দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰে ৷ 👉একাংশ কুকি লোকৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷ 👉ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে