ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট
Category: Assamese News
চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । হাইস্কুল
মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তেতেলীয়াৰ পৰা দুই শিশু অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ঘৰৰ চোতালত খেলি থকা সময়তে শিশু দুটিক অপহৰণকাৰীয়ে
সম্প্রতি আত্মপ্রকাশ কৰিয়ে আলোড়ন সৃষ্টি কৰিছিল নতুন চেটবট চেটজিপিটিয়ে। এইবাৰ চেটজিপিটিক প্ৰত্যাহ্বান জনাবলৈ সাজু হ’ল অধিক উন্নত জিপিটি-৪। অপেনএআই ৰিছাৰ্চ কোম্পানীয়ে চেটজিপিটি তৈয়াৰ কৰিছিল আৰু একেটা প্রতিষ্ঠানে জিপিটি-৪ উদ্ভাৱন কৰিলে। কোম্পানীটোৱে জনোৱা
বিতৰ্কই লগ নেৰা হৈছে অসম চৰকাৰক। নাহিদ বিতৰ্ক শেষ নৌহওঁতেই পুনৰবাৰ চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা চেকক লৈ নতুন বিতৰ্ক। চেকৰ ধন উলিয়াবলৈ গৈ হতবাক শিল্পী, মাৰিছে চেক বাউন্স।