লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু এজন ব্যক্তিৰ। নিহত লোকজনৰ নাম আৰ্চভ আলী বুলি জানিব পৰা গৈছে। আৰ্চভ আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰিত। এটা ম’বাইলক কেন্দ্ৰ কৰি আৰ্চভ আলীক থানালৈ মতাই আনিছিল খেলমাটি আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলী ম’বাইল চুৰি গেঙৰ লীডাৰ। থানাৰ ভিতৰতে
Category: Assamese News
শোকাৱহ! বজ্ৰপাতৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ইয়াৰ পূৰ্বেও মালদাতো একেধৰণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছিল। শেহতীয়াকৈ কলকাতা বিমানবন্দৰত বজ্ৰপাতৰ ফলত বিমানবন্দৰৰ একাংশ কৰ্মী গুৰুতৰভাৱে আহত হয়। বিগত কেইদিনমানৰ পৰা উত্তৰ আৰু দক্ষিণ বংগৰ বিভিন্ন জিলাত ধুমুহা বৰষুণ হৈ আছে। পূৰ্বৰ তুলনাত ৰাজ্যৰ বিভিন্ন
সনাতনী মতে পূৰ্ণিমা তথা বুদ্ধ পূৰ্ণিমা তিথি বিশেষ গুৰুত্বপূৰ্ণ। এই বছৰ ব’হাগত নহয়, পালিত হ’ব জেঠ মাহত। উদয়া তিথি অনুসৰি, আজি পালিত হ’ব এই বছৰৰ বুদ্ধ পূৰ্ণিমা উৎসৱ। এই তিথিত পালন কৰিবলগীয়া কিছুমান নিয়ম আছে। কোৱা হয় যে এইবোৰ অনুসৰণ কৰিলে জীৱনত অৰ্থ আৰু সুখ-সমৃদ্ধিৰ অভাৱ নহয়। কৈছে বিশেষজ্ঞ অৰবিন্দ
মেষ ৰাশি :মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই দিনটোৱে সম্পত্তি লাভৰ ইংগিত দিছে। যিকোনো সম্পত্তি অৰ্জনৰ ইচ্ছা পূৰণ হ’ব। মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰিব পাৰে। স্বাস্থ্যৰ কিছু অৱনতি হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। এই দিনটোত মাতৃৰ সৈতে তৰ্ক হ’ব পাৰে, সেয়ে নীৰৱ হৈ থকা ভাল। ভাতৃৰ সৈতে ব্যৱসায়ক লৈ
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ দুৰ্ঘটনা। খানাপাৰাত দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক। কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হয়। দ্ৰুতবেগী বেলেন’ বাহনখনে প্ৰথমে প্ৰচণ্ড খুন্দা মাৰে এখন বাহনত। মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনখনে খুন্দা মাৰে আন এখন বাহনত। এই দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বেলেন’ বাহনখন হোজাইৰ পৰা গুৱাহাটী