SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ভিতৰত , ১৮০ দিনৰ পৰা ২১০ দিন আৰু ২১১ দিনৰ পৰা ১ বছৰৰ কমলৈ বিভিন্ন সময়ৰ বাবে FDৰ হাৰ বৃদ্ধি কৰিছে। ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৭৫ বেছিছ পইণ্ট পৰ্যন্ত বৃদ্ধি কৰিছে SBIয়ে। ১৫ মে’ বুধবাৰে ভাৰতীয় ষ্টেট বেংকে কিছুমান নিৰ্দিষ্ট
Category: Assamese News
বৰ্তমান যুগত বিত্তীয় লেনদেনৰ ডিজিটেলাইজড সেৱা দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা বেংকৰ লাইনত থিয় হৈ কোনেও ভাল নাপায়। দ্ৰুততাৰ যুগত সকলোৱে প্ৰযুক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ই-বেংকিঙৰ দৰেই গ্ৰাহকৰ বাবেও ATM পছন্দৰ সেৱা। ভাৰতৰ অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হোৱাৰ লগে লগে মানুহ ক্ৰমান্বয়ে ডিজিটেলভাৱে সহজ হৈ পৰিছে।
মেষ ৰাশিঃ আপোনাৰ দীৰ্ঘদিনীয়া আইনী বিবাদ আজিৰ দিনটোতে শেষ হ’ব। আপোনাৰ নতুন সম্পত্তি কিনাৰ ইচ্ছাও পূৰণ হ’ব। এজন অভিজ্ঞ ব্যক্তিৰ প্ৰেৰণা অনুসৰণ কৰিব, যিয়ে আপোনাক মানসিক শান্তিও দিব। আপুনি আপোনাৰ ধনৰ কিছু অংশ দুখীয়াৰ সেৱাত খৰচ কৰিব, ইয়াৰ দ্বাৰা আপুনি সুখী হ’ব। যদি আপোনাৰ বন্ধুসকলে আপোনাক ক’ৰবালৈ লং ড্ৰাইভত লৈ
২৩ মে’ বৃহস্পতিবাৰে এইবাৰ বুদ্ধ পূৰ্ণিমা। গংগাত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বৈশাখ পূৰ্ণিমাৰ দিনা ছাতি, আম আৰু কাপোৰ দান কৰাটো অতি শুভ হব পাৰে এই দিনটো অতি শুভ বুলি গণ্য কৰা হয়। মা লক্ষ্মীৰ কৃপাত জীৱন অতি সুন্দৰ আৰু সুৰক্ষিত হ’ব পাৰে। বুদ্ধ হৈছে বিষ্ণুৰ নৱম
আজি দেশত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটযুদ্ধ। প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ ৫খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, মহাৰাষ্ট্ৰৰ ১৩খন আসন, ওড়িশাৰ ৫খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, পশ্চিম