Category: Assamese News

ছয়গাঁৱৰ কাৰেকুৰাত পানী খোৱা নাদ(কুৱা)ৰ পৰা হাতী পোৱালি উদ্ধাৰ

ছয়গাঁৱৰ কাৰেকুৰাত পানী খোৱা নাদ(কুৱা)ৰ পৰা হাতী পোৱালি উদ্ধাৰ

গুৱাহাটী, ১৫ মে ‘: দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কাৰেকুৰাত যোৱানিশা এটা বন্যহস্তীৰ জাক বনাঞ্চলৰ পৰা জনঞ্চলৈ বিচৰণ কৰি থকা সময়তে বন্যহস্তীৰ জাকটোৰ মাজৰ পৰা এটা হাতী পোৱালি স্থানীয় লোকৰ বাসগৃহৰ ওচৰত থকা পানী খোৱা নাদ(কুৱা)ত বাগৰি পৰে। তেনে সময়তেই স্থানীয় লোকে বন বিভাগক তাৎক্ষণিক ভাবে খবৰ জনোৱাত কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য ৪০ লিটাৰ চুলাই মদ,সহ এজনক আটক

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য ৪০ লিটাৰ চুলাই মদ,সহ এজনক আটক

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য ৪০ লিটাৰ চুলাই মদ,সহ এজনক আটক।এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বীৰেণ কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ৪০ লিটাৰ চুলাই মদ,সহ বটদ্ৰৱাৰ ভেটিয়নিত সাজাহান আলী নামৰ এজন ব্যক্তিক আটক কৰে।ব্যক্তিজনৰ পৰা ৪০ লিটাৰ চুলাই মদৰ লগতে নম্বৰ বিহীন তিনি চকিয়া এখন আট

ভাৰতীয় মচলাত কর্কট সৃষ্টিৰ মাৰাত্মক বিহ

ভাৰতীয় মচলাত কর্কট সৃষ্টিৰ মাৰাত্মক বিহ

 নতুন পদ্ধতিৰে নমুনা পৰীক্ষাৰ অভিযান আৰম্ভ বিপজ্জনক মাত্রাত কীটনাশক আছে ভাৰতত প্রস্তুত কৰা মচলাত৷ এই অভিযোগত কেইদিনমান পূর্বে ভাৰতীয় মচলা নিষিদ্ধ কৰা হৈছে হংকং, ছিগাংপুৰ আদি স্থানত৷ এনে পৰিস্থিতিত এইবাৰ ফুড ছেফ্টী এণ্ড ষ্টেণ্ডার্ডছ অথৰিটী অৱ ইণ্ডিয়াই নতুন পদ্ধতি অৱলম্বন কৰি মচলাত কর্কট সৃষ্টিৰ উপাদান বিচাৰি উলিওৱাৰ অভিযান আৰম্ভ কৰিলে৷

আঠ বছৰীয়া নাবালিকাক ধর্ষণ : গ্রেপ্তাৰ বিদ্যালয়ৰ মালিক

আঠ বছৰীয়া নাবালিকাক ধর্ষণ : গ্রেপ্তাৰ বিদ্যালয়ৰ মালিক

  মধ্যপ্রদেশৰ ভূপালৰ এখন বিখ্যাত বেচৰকাৰী স্কুলৰ হোষ্টেলত আঠ বছৰীয়া নাবালিকাক ধর্ষণৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ প্রায় দুসপ্তাহ পিছত এই ঘটনাৰ অভিযোগ দাখিল কৰা হয় আৰক্ষীৰ ওচৰত৷ আৰক্ষীয়ে তদন্তত নামি গ্রেপ্তাৰ কৰিছে বিদ্যালয়খনৰ মালিকক৷ ইয়াৰ লগতে নির্যাতিতাৰ পৰিয়ালক গোচৰ তুলি ল’বলৈ বিভিন্ন ধৰণে চাপ দিয়াৰ অভিযোগত স্থানীয় থানাৰ উপ–পৰিদর্শক

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…

দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে কেৰিয়াৰত ১৯ বছৰ সম্পূৰ্ণ কৰি অৱসৰ ঘোষণা কৰিলে। উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ। সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো