Category: Assamese News

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী

কাইলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষাত মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে কলা শাখাৰ সবাতোকৈ অধিক পৰীক্ষাৰ্থী ২,৭২,৫২৯ গৰাকীৰ লগতে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসকৰ আত্মহত্যা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসকৰ আত্মহত্যা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ (জিএমচিএইচ) এগৰাকী ৫১ বছৰীয়া জ্যেষ্ঠ চিকিৎসকে শনিবাৰে নিশা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিছে।এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে জিএমচিএইচৰ পেথলজী বিভাগত সহকাৰী

উচ্ছেদ অভিযানে সংকটত পেলাইছে ডিগবৈৰ ১৭০টা পৰিয়ালক; বৈষম্যৰ অভিযোগ চিপিআইৰ

উচ্ছেদ অভিযানে সংকটত পেলাইছে ডিগবৈৰ ১৭০টা পৰিয়ালক; বৈষম্যৰ অভিযোগ চিপিআইৰ

তিনিচুকীয়া জিলাৰ ডিগবৈত উত্তৰ পূব সীমান্ত ৰে’লৱে (এন এফ ৰে’লৱে)ই অঞ্চলটোত উচ্ছেদ অভিযান চলাই যোৱাৰ পিছত শতাধিক কথিত “বেদখলকাৰী” সংকটত পৰিছে। আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহায়ত এন এফ ৰে’লৱেই বৃহস্পতিবাৰে

চৰাইদেউত আৰক্ষীৰ গুলিত গভাইত চোৰ সন্তোষ জয়ছোৱাল নিহত

চৰাইদেউত আৰক্ষীৰ গুলিত গভাইত চোৰ সন্তোষ জয়ছোৱাল নিহত

চৰাইদেউ জিলাৰ সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত চেঁচাসত্ৰ আজি বিয়লি আৰক্ষীৰ গুলিত এটা গভাইত চোৰ নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে নিহত গভাইত চোৰটোৰ নাম সন্তোষ জয়ছোৱাল আৰু

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা!

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা!

কাইলৈৰ (২০ ফেব্রুৱাৰী) পৰা ২০ মার্চলৈ ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ৰাজ্যৰ ৮৫৬টাকৈ পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা৷ প্রথমবাৰৰ বাবে এইবাৰ ফাইনেল পৰীক্ষাত অৱতীর্ণ