Category: Assamese News

ভাৰতত আকৌ প্ৰতিষ্ঠা হব নেকি ৰাম ৰাজ্য

ভাৰতত আকৌ প্ৰতিষ্ঠা হব নেকি ৰাম ৰাজ্য

বহু বাৰ এটা কথা শুনা গৈছে যে ভাৰতত আকৌ ৰাম ৰাজ্য প্ৰতিষ্ঠা হব। কিন্তু ৰাম ৰাজ্য প্ৰকৃততে কি? — শ্ৰী ৰামৰ ৰাজ্য আদৰ্শ ৰাজ্য হিচাপে অতি বিখ্যাত। ৰাম ৰাজ্য হৈছে এনে এক য’ত ৰাজ্যখন বেদৰ নীতিৰ দ্বাৰা পৰিচালিত হয়। মহৰ্ষি বাল্মীকিৰ ৰচিত ৰামায়ণৰ যুদ্ধ কাণ্ডত ৰাম ৰাজ্যৰ মহানতা আৰু সৌন্দৰ্য

২০০০ বছৰ পূৰ্বৰ জীয়াই থকা মহিলাৰ প্ৰতিমূৰ্তি প্ৰকাশ

২০০০ বছৰ পূৰ্বৰ জীয়াই থকা মহিলাৰ প্ৰতিমূৰ্তি প্ৰকাশ

চৌদি আৰবে এক আশ্চৰ্যজনক কাম কৰিছে। বিশেষ প্ৰতিবেদন অনুসৰি, এই দেশখনে ২,০০০ বছৰতকৈও অধিক আগতে বাস কৰা এগৰাকী নাবাটিয়ান মহিলাৰ পুনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ৰাইজৰ আগত প্ৰকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলৰ বহু বছৰৰ কষ্টৰ অন্তত, প্ৰতিমূৰ্তিটো ৰাইজৰ সন্মুখত আনিবলৈ সক্ষম হৈছে। প্ৰকৃততে, নাবাটিয়ানসকল আৰৱ উপদ্বীপত বাস

মহানগৰীত দিন-দুপৰতে আন এক অপহৰণৰ অপচেষ্টা, গাড়ী ৰখাই টনিছিল দ্বিতীয়মানৰ ছাত্ৰীক

মহানগৰীত দিন-দুপৰতে আন এক অপহৰণৰ অপচেষ্টা, গাড়ী ৰখাই টনিছিল দ্বিতীয়মানৰ ছাত্ৰীক

বুধবাৰে পুৱাই মহানগৰী ডাউনটাউনৰ দ্বাৰকানগৰত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা৷ ভৰলুমুখৰ অংকুৰ সুৰানা অপহৰণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বুধবাৰে পুৱাই ডাউনটাউনৰ দ্বাৰকানগৰত বলিৰাম দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হ’ল আন এক অপহৰণৰ অপচেষ্টা (Attempt to Abduct Teenager in Guwahti) ৷ পুৱা ৯ বজাত বলিৰাম দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়লৈ বুলি

সাত লগা বুলিলে এইসমূহ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে

সাত লগা বুলিলে এইসমূহ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে

কৃষক আৰু গঞালোকে অম্বুবাচীৰ সময়ত নিম্ন উল্লেখিত বাধা-নিষেধবোৰ পাৰ্যমানে ৰক্ষা কৰি আহিছে।( Religious Studies ) ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সৃষ্টি হবৰ দিনৰে পৰা আমাৰ সাত লগা বুলিলে যিবোৰ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত সেইবোৰ হল- ১/পৃথিৱী ৰজম্বলা হোৱা হেতু-সেই ৪দিন কৃষকসকলে হালখেতি নকৰে।বীজ ৰোপন কাৰ্য বন্ধ ৰাখে। ২/মাটি খন্দা,কোৰ মৰা কাম আদি নকৰে। ৩/ভঁৰালঘৰ

ভাগ্য হৈছে অতীতৰ কৰ্ম ফল, জানি লওক গীতাৰ কিছুমান অমূল্য বাণী

ভাগ্য হৈছে অতীতৰ কৰ্ম ফল, জানি লওক গীতাৰ কিছুমান অমূল্য বাণী

শ্ৰীমদ্ভভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে বহুত অগ্ৰগতি লাভ কৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে