এগৰাকী যুৱতীৰ অপহৰণ কাণ্ডত জড়িতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে। বিধায়ক আৱাসত যুৱতীক ৰখাৰ কথা স্বীকাৰ কৰিলে আশ্ৰাফুল হুছেইনে। তেওঁ কয় ৰিতুল হুছেইনে আৱাসলৈ আনিছিল যুৱতীগৰাকীক। তেওঁলোক প্ৰাপ্তবয়স্ক হোৱা বাবে গুৰুত্ব দিয়া নাছিল বিষয়টোত। বিধায়কগৰাকীয়ে কয় যে সেই সময়ত তেওঁ আৱাসত নাছিল। অপহৰণর কথা তেওঁ
Category: Assamese News
সনাতন ধৰ্মত মহাশিৱৰাত্ৰিৰ অতি গুৰুত্ব আছে। এই দিনটোত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক বিশেষভাৱে পূজা কৰা হয়। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পৰিছে। এই দিনটোত সুখ-সমৃদ্ধি, সৌভাগ্য লাভ কৰিবলৈ মহাদেৱৰ আৰাধনা কৰা হয়। ইয়াৰ দ্বাৰা জীৱনৰ সকলো দুখ দূৰ
ভাল মানুহৰ বেয়া কিয় হয়…এই প্ৰশ্ন নিশ্চয় আপুনি শুনিছে বা কেতিয়াবা নিশ্চয় এই কথা অনুভৱ কৰিছে। ভগৱান কৃষ্ণই ইয়াৰ উত্তৰ শ্ৰীমদ্ভৱগদগীতাত উল্লেখ কৰিছে। শ্ৰীমদ্ভৱগদগীতা এনে এখন ধৰ্মীয় গ্ৰন্থ য’ত মানুহৰ মনত উদ্ভৱ হোৱা প্ৰতিটো প্ৰশ্নৰ সমাধান বিশদভাৱে ব্যাখ্যা কৰা হৈছে। শ্ৰীমদ্ভৱগদগীতাত বৰ্ণনা কৰা কাহিনী অনুসৰি অৰ্জুনৰ মনত যেতিয়াই কোনো
শিৱসাগৰ পৰা গৰু চূৰ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ লওতেই আঠখেল বাগিচাৰ বাগান চকিদাৰে ধৰি চমজাই দিয়ে গেলেকী আৰক্ষীক । গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আঠখেল সীমান্তৰ পৰা আটক কৰে অবৈধ গৰু সৰবৰাহকাৰী তিনিটাক। অবৈধ গৰু সৰবৰাহ ৩ জন হৈছে গেলেকী চপৰিয়া গাঁৱৰ পাপু ওৰফে জয়নুল আলি ,
বৃহস্পতিবাৰটো বৃহস্পতি দেৱ, শ্ৰী হৰি বিষ্ণু আৰু মালক্ষ্মীৰ নামত উচৰ্গা কৰা হৈছে। এই দিনটোত মানুহে এই দেৱতাক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰে। গুৰু যদি শক্তিশালী হয় তেন্তে ব্যক্তিজনে জীৱনত বহুত উন্নতি পায়। সকলো কাম সফল হয় আৰু অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়। আনহাতে গুৰুজন যদি দুৰ্বল হয়, তেন্তে ব্যক্তিজনে প্ৰতিটো কামতে বিফলতা