Category: Assamese News

বিবাহৰ পিছতে ৭০ কোটি টকীয়া বাংলোলৈ যাব সিদ্ধাৰ্থ-কিয়াৰা

বিবাহৰ পিছতে ৭০ কোটি টকীয়া বাংলোলৈ যাব সিদ্ধাৰ্থ-কিয়াৰা

বিবাহপাশত আৱদ্ধ হ’ল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। বলীউডৰ জনপ্ৰিয় যুটী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই আজি জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ মাজত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।হোটেলৰ চোতালত অনুষ্ঠিত হয় বৰ্মালা আৰু ফেৰেৰ অনুষ্ঠান । ইয়াৰ বাবে এখন বিশেষ ‘বাৱদি’ স্থাপন কৰা হৈছিল হোটেলৰ চোতালত ।

পৃথিৱীৰ কেন্দ্ৰত মহাদেৱৰ কৈলাশ পৰ্বত

পৃথিৱীৰ কেন্দ্ৰত মহাদেৱৰ কৈলাশ পৰ্বত

হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ  আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে  কৈলাশ পৰ্বতত নিবাস কৰে । এই কৈলাশ পৰ্বত ধৰিত্ৰীৰ কেন্দ্ৰত অৱস্থিত সেয়ে তাৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে

চিনেমাৰ মাফিয়াক ঘৰত সোমাই হত্যাৰ ভাবুকি বলীউড কুইন কংগনাৰ

চিনেমাৰ মাফিয়াক ঘৰত সোমাই হত্যাৰ ভাবুকি বলীউড কুইন কংগনাৰ

অভিনয়ৰ লগতে, কংগনা ৰাণাৱট বিতৰ্কৰ বাবেও জনাজাত। কংগনাই অলপতে ইনষ্টাগ্ৰামত এটা ষ্টৰী শ্বেয়াৰ কৰিছে য’ত তেওঁ বহুত কথা লিখিছে। কংগনাই চিনেমা মাফিয়া গেং চাংগু মংগুক ভাবুকি দি কৈছে যে, “কেৱল এয়াই নহয়, ঘৰত প্ৰৱেশ কৰি হত্যা কৰিম।” ইপিনে, অভিনেত্ৰীগৰাকীয়ে নিজকে বলীয়া বুলিও অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যটো তেওঁৰ প্ৰথম ষ্টৰীবোৰৰ

১৯ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সতীৰ্থ সন্মিলন

১৯ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয়ত  ১৯৬৭ চনতেই প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীর্থ সম্মিলন” অহা  ১৯ মার্চত  এদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত  অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। এই সম্পর্কে মঙলবাৰে গুৱাহাটী  প্ৰেছ ক্লাৱত আয়োজিত এক  সংবাদমেলত সতীৰ্থ সন্মিলনৰ বিষয়ে বিতং তথ্য দাঙি ধৰে  বিভাগৰ মুৰব্বী অধ্যাপক তথা সন্মিলনৰ পৃষ্ঠপোষক ডঃ 

Video: শাৰী পিন্ধি মহিলাই কৰিলে জিম, ভিডিঅ’ চোৱাৰ পিছত আপুনিও দিব প্ৰতিক্ৰিয়া

Video: শাৰী পিন্ধি মহিলাই কৰিলে জিম, ভিডিঅ’ চোৱাৰ পিছত আপুনিও দিব প্ৰতিক্ৰিয়া

আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে শৰীৰৰ গতিবিধি প্ৰায় কম পৰিমানেহে হয়, গতিকে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মানুহে জুম্বা, জিম, খোজকঢ়া আদিৰ দৰে ৱৰ্কআউট কৰে। ইণ্টাৰনেটত আপুনি হাজাৰ হাজাৰ ৱৰ্কআউটৰ ভিডিঅ’ লাভ কৰিব, যিয়ে যিকোনো ব্যক্তিক জিমত যোগদান কৰিবলৈ প্ৰেৰণা দিব। শেহতীয়াকৈ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত এগৰাকী মহিলাই শাৰী পৰিধান