Category: Assamese News

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ পিতৃ-মাতৃৰেই চিন্তা হয়৷ বিশেষকৈ মাতৃসকলৰ মনত এই চিন্তা থাকে– শিশুটিক কেনেদৰে হৃষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷

এই খাদ্যই হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে

এই খাদ্যই হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে

‘হাৰ্ট এটেক’ যিকোনো মানুহৰ বাবে বিপজ্জনক৷ সেয়ে এনে বিপদৰ পৰা সতৰ্ক হোৱা উচিত৷ হাৰ্ট এটেকৰ দৰে গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে চুজি খাবলৈ পৰামৰ্শ দিয়ে৷ চুজিত কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, প্ৰ’টিন, ভিটামিন ‘এ’, ৰিবোফ্ল’বিন বি২, ফলিট বি৯, মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম, আইৰণ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি থাকে৷ এইবোৰ উপাদানে শৰীৰ সুস্থ

চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

সমগ্ৰ বিশ্বত ‘পাঠান ধুমুহা’ বলিছে’ শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ২৫ জানুৱাৰীত মুক্তি লাভ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি তেতিয়াৰ পৰাই ছবিখন পাকিস্তানৰ ছবিগৃহত বেআইনীভাৱে প্ৰদৰ্শিত হৈছে। কিন্তু পাকিস্তানৰ চেঞ্চৰ বোৰ্ডে এইবাৰ সেই দেশত ছবিখনৰ বেআইনি প্ৰদৰ্শন বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে। আন ভাৰতীয় ছবিৰ দৰে সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘পাঠান’ খনো পাকিস্তানত মুক্তিৰ

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে বৃদ্ধি পাছতে প্ৰদুষণ ৷ মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । যাৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে মহানগৰবাসীৰ শ্বাস-প্ৰশ্বাস জনিত বিভিন্ন উপসৰ্গ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌদিশে ৷ একেদৰে মহানগৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চল সমূহত অবৈধ পাহাৰ ধ্বংস যজ্ঞ ৷ আনহাতে য’তে

কিয় অৱতৰণৰ আগতেই মুহূৰ্ততে ভাঙি পৰিছিল নেপালৰ বিমান ?

কিয় অৱতৰণৰ আগতেই মুহূৰ্ততে ভাঙি পৰিছিল নেপালৰ বিমান ?

বিগত ১৫ জানুৱাৰীত ইঞ্জিন বিকল হোৱাৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল নেপালৰ বিমানখন । তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকে য়েটি এয়াৰলাইন্সৰ বিমানখনৰ ব্লেক বক্সটো পৰীক্ষা কৰে । তদন্ত সমিতিৰ মতে, এটিআৰ-৭২ বিমানখনৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ নথিত কোৱা হৈছে যে ইঞ্জিনৰ সমস্যা আছিল। বিগত জানুৱাৰীৰ ১৫ তাৰিখে, কাঠমাণ্ডুৰ পৰা পোখৰালৈ যোৱা ইয়েতি এয়াৰলাইনছৰ এখন