ঋতুস্ৰাৱ (Periods) ৰ লগত বহুতো সমস্যা থাকে। পেট বা কঁকালত অসহ্যকৰ বিষ, ভাগৰুৱা, মূৰৰ বিষ… আদি। এনে সময়ত যৌন সম্পৰ্কত লিপ্ত হ’ব লাগে নে নালাগে ? তাক লৈ বহুতৰে বহু মত দেখা যায়। এই সন্দৰ্ভত কি কয় চিকিৎসকে? সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত স্ত্ৰীৰোগ বিশেষজ্ঞ শিল্পা ঘোষে কয় যে, মাহেকীয়াৰ সময়ত
Category: Assamese News
স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ, সঠিক সময়ত সঠিক খাদ্য খোৱা প্ৰয়োজন। ওজন হ্ৰাস শেহতীয়াকৈ নতুন প্ৰৱণতাৰ এটা অংশ হৈ পৰিছে। সেইদৰে আজিকালি বৈবাহিক জীৱন সুখকৰ কৰি তুলিবলৈও বহুতে এটা নিৰ্দিষ্ট ডায়েট প্লেন ফলো কৰি আহিছে। যদি আপুনি ডায়েট চাৰ্টখন ভালদৰে মেইনটেইন কৰিব পাৰে তেন্তে আপুনি বিবাহৰ পিছত শাৰীৰিক সুখ অনুভৱ কৰিব
মানুহে আন্ধাৰতো সুখ বিচাৰিব পাৰে যদিহে তেওঁ নিজেই বিচাৰে ৷ যদি আপোনাৰ সংগীয়েও পোহৰত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰে বা পোহৰত তেওঁ নিজৰ শৰীৰটো দেখুৱাবলৈ নিবিচাৰে, তেনে ক্ষেত্ৰতো বহু কাৰণ থাকিব পাৰে । শৰীৰক লৈ অসুৰক্ষিত অনুভৱ, যৌন সম্পৰ্কীয় ভিন্ন অলাগতীয়াল কথা, শোৱনি কোঠাৰ পৰিৱেশ আৰু যৌন উত্তেজনাকে আদি হৈছে
নিউজ ব্যুৰ’,নগাঁও,৫ফেব্ৰুৱাৰী:–সদৌ অসম কবি সন্মিলনৰ অন্তভুৰ্ক্ত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান “কাব্য চৰ্চা” অনুষ্ঠানটি ৰবিবাৰে অনুষ্ঠিত হৈ যায়। কলংপাৰ বিদ্যাপীঠত ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ সভাপতি অশোকৰাম ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত “কাব্য -চৰ্চা” অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি মদাৰজ্যোতিয়ে। কাব্য-চৰ্চা অনুষ্ঠানত নগাঁও জিলা কবি
মহাভাৰত যুদ্ধত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী আৰু তেওঁৰ শিক্ষা গীতাৰ পৰা নিশ্চয় শুনিছে। শ্ৰীকৃষ্ণৰ মৃত্যু কেনেকৈ হৈছিল জানেনে? কৃষ্ণই কেতিয়া, ক’ত আৰু কেনেকৈ নিজৰ দেহ এৰি থৈ গৈছিল, তাৰ পিছত পুনৰ বৈকুণ্ঠ ধামলৈ উভতি আহিছিল। শ্ৰীকৃষ্ণৰ শৰীৰ এৰি যোৱাৰ সময়ত বয়স কিমান আছিল? আহক আমি এই লেখাটোত আপোনাৰ এই সকলোবোৰ