কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব৷ কেঁচাই হওক বা পকাই হওক কলে স্বাস্থ্যৰ সীমাহীন উপকাৰ সাধন কৰে৷ কিন্তু এই কলৰ বাকলিও যে মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী সেয়া বহুতেই হয়তো নাজানে৷ সেয়ে কলৰ বাকলি আপুনি পেলাই নিদি সেয়া স্বাস্থ্যৰ কামত লগাওক৷ কলৰ বাকলিয়ে ছাল আৰু দাঁতৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ
Category: Assamese News
সকলোৰে ঘৰত কম-বেছি পৰিমাণে দৰৱৰ প্ৰয়োজন হয়৷ কিন্তু সাম্প্ৰতিক সময়ত দৰৱৰ ওপৰতো পৰিছে ভেজালকাৰীৰ হাতোঁৰা৷ অন্যান্য সামগ্ৰীৰ দৰে ভাৰতত ঔষধৰো ভেজাল বৃদ্ধি পাইছে৷ উল্লেখ্য যে সমাজত এনেধৰণৰ কিছুমান লোক আছে যিসকলে দৰৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাচি আছে৷ সেয়ে দৰৱ কিনোতে সেই দৰৱ আচল নে নকল সেয়া জনাটো জৰুৰী৷ নকল দৰৱ
ডায়েবেটিছ ইমানেই বেয়া অসুখ যে নিয়ন্ত্ৰণত নাথাকিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ-প্ৰতংগ সময়ৰ লগে লগে নষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল৷ কৰ’না সংক্ৰমণ ঘটোৱাত আৰু ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধিত অনিয়ন্ত্ৰিত ডায়েবেটিছে বিশেষ ভূমিকা লোৱা বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ এই ৰোগৰ প্ৰৱণতা থাকিলে শুই-বহি থকা, বেছি ওজন, মানসিক চাপ ইত্যাদি যিমান ক্ষতিকাৰক ঠিক সিমানেই ক্ষতিকাৰক
শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ঠিকমতে নহ’লে ওজন বাঢ়ে, হতাশা আহে৷ লগতে দিনটোত মন-মেজাজ ভালে নাথাকে৷ নিতৌ টোপনি ক্ষতি হ’লে শৰীৰত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে দিনত অন্ততঃ ৭-৮ ঘণ্টা শোৱাটো জৰুৰী৷ পিছে কিছুমানৰ টোপনিৰ সমস্যা থাকে৷ টোপনি কম হ’লে অনিদ্ৰা, শ্লীপ এপ’নীয়া, ৰাতি সঘনাই প্ৰস্ৰাৱ লগা,
ধুমপানৰ বাবে প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্ৰায় ৭ নিযুত লোক মৃত্যুমুখত পৰে৷ নিয়মিত ধূমপানৰ অভ্যাসে মুখ, ডিঙি আৰু অগ্নাশয়ত কেন্সাৰৰ আশংকা বঢ়ায়৷ বহুতে ধূমপান ত্যাগৰ কথা ভাবে যদিও সেয়া সম্ভৱ হৈ নুঠে৷ পিছে ধূমপান ত্যাগ কৰাৰ কেইটামান আয়ুৰ্বেদিক টিপ্ছ আছে৷ উল্লেখ কৰা হ’ল এনে কেইটামান আয়ুৰ্বেদিক টিপ্ছ– [১] যেতিয়াই ধূমপান