ভোট নিদিয়ে দিছপুৰৰ বিধায়ক অতুল বৰাই। ভোট দিয়াৰ পৰা বিৰত থাকিব দিছপুৰৰ বিধায়কগৰাকী। নিৰ্বাচনৰ দিনটোত নিজৰ ঘৰতে সোমাই থাকিব অতুল বৰা। এজন জনপ্ৰতিনিধি হোৱাৰ পিছতো কিয় অতুল বৰাই দিবলৈ নাযায় ভোট? নিৰ্বাচনৰ দিনটোত কিয় অতুল বৰা নোলায় ঘৰৰ পৰা? আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা
Category: Assamese News
মঙলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১০খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আজি। আজি পুৱাই গুজৰাটৰ আহমেদাবাদৰ গান্ধীনগৰৰ নিশান হায়াৰ ছেকেণ্ডাৰী স্কুল কেন্দ্ৰত একেলগে গৈ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। পুৱা ৭.৪৩ বজাত ভোটদান কৰে মোদীয়ে। ভোটদানৰ পূৰ্বে ছচিয়েল
বিমানখনত আছিল আই.পি.এল (KKR) ক্ৰিকেটাৰৰ দল। লক্ষ্ণৌ বিমান বন্দৰৰ পৰা কলিকতা বিমান বন্দৰত অৱতৰণ কৰিব লগা আছিল KKR IPL ৰ ক্ৰিকেট দলটো কঢ়িয়াই অনা বিমানখন। প্রতিকূল বতৰৰ বাবে কলিকতা বিমান বন্দৰত অৱতৰণকৰিব নোৱাৰি বৰঝাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিশেষ বিমানখনে । IPL ৰ KKR ক্ৰিকেটৰ দলটি কঢ়িয়াই অনা বিমানখন
বিয়াৰ প্ৰস্তাৱত সন্মত নোহোৱা বাবে কিশোৰীক কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে। যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহায়তে এই ঘৃণনীয় কাম সংঘটিত হোৱাৰ অভিযোগ কিশোৰীৰ। আনকি, কিশোৰীগৰাকীয়ে আৰক্ষীক জনাইছে, যুৱকজনে গৰম লোহাৰে তেওঁৰ মুখত নিজৰ নামো লিখি দিয়ে। ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি তিনিদিন ধৰি নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে যুৱকজনে। তাতেই
আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷ আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে