Category: Assamese News

ক্ষীণাবলৈ যোগ: শ্লীম–ফিট–নিৰোগী শৰীৰ আশা কৰে?

ক্ষীণাবলৈ যোগ: শ্লীম–ফিট–নিৰোগী শৰীৰ আশা কৰে?

শ্লীম–ফিট–নিৰোগী শৰীৰ এটা সকলোৱে আশা কৰে৷ শৰীৰ এটি সুন্দৰ আৰু আটিলতা প্রদান কৰাত সহায় কৰে মেদ বা চর্বীয়ে৷ কিন্তু অত্যধিক ক্ষীণ বা অত্যধিক শকত হোৱাটো এক সমস্যা হৈ পৰে শাৰীৰিক আৰু মানসিকভাৱেও৷ বর্তমান সময়ত মেদবহুলতা বাObesity সমস্যা অত্যধিক বৃদ্ধি পাইছে৷ বিভিন্ন সময়ত ভিন্ন কাৰণত এই সমস্যা হ’ব পাৰে যেনে– কঠোৰ

মধুমেহ ৰোগীৰ কাৰণে কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণ!

মধুমেহ ৰোগীৰ কাৰণে কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণ!

কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলৰ কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণ সম্পন্ন নেচাৰ মেডিচিন জার্নেলত প্রকাশিত গৱেষণাৰ প্রতিবেদন  বিশ্বজুৰি মধুমেহ ৰোগীৰ সংখ্যা বর্ধিত হোৱাটোৱে চিকিৎসা ক্ষেত্রত উদ্বিগ্ণতাৰ বিষয় হৈ উঠিছে৷ এনে সময়তে মধুমেহ ৰোগীৰ চিকিৎসাৰ কাৰণে কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণৰ সুখবৰ প্রকাশ পাইছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই কৃত্রিম অগ্নাশয়ৰ দ্বাৰা মধুমেহ ৰোগীৰ

সূৰুযৰ কিৰণত স্বাস্থ্যৰ বতৰা!

সূৰুযৰ কিৰণত স্বাস্থ্যৰ বতৰা!

সূৰুয, সূর্য, দ্বিাকৰ, ভাস্কৰ, তপন আদি অনেক নামেৰে যেনেকৈ সূর্যক সম্ভাষণ কৰা হয়, তদনুৰূপ অনেক উপকাৰেৰে সূর্য দেৱতায়ো আমাক উপকৃত কৰে৷ সূর্যক পৃথিৱীৰ চকু বুলি কোৱা হয়৷ ভগৱানৰ অন্বদ্য বৰদান হৈছে সূর্য৷ সূর্যৰ কিৰণ হৈছে ৰ’দ৷ ৰ’দ প্রকৃতিৰ অমূল্য উপহাৰ আৰু ভিটামিন ডিৰ মুখ্য উৎস৷ সূর্যৰ কিৰণ হৈছে জীৱনদায়িনী৷ সূর্যৰ

সৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

সৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

প্ৰাচীন কালৰ পৰা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হৈ আহিছে৷ প্ৰাকৃতিক উপাদানসমূহে ছালৰ কোনো ক্ষতি নকৰে বুলি থকা ধাৰণাৰ বাবেই আজিৰ আধুনিক যুগতো সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ কিন্তু প্ৰাকৃতিক উপাদানে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত যিমানেই ভাল ফল নিদিয়ক কিয়, এইক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী৷ কাৰণ, পৰিৱেশ

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে

বিভিন্ন কাৰণত বহুতৰে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ ইয়াৰ ভিতৰত ধুমপান হৈছে এটা অন্যতম কাৰণ৷ তদুপৰি ওঁঠৰ সঠিকভাৱে যতন নল’লেও ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে৷ কিন্তু ওঁঠৰ ৰং সলনি হোৱাটোক বহুতে গুৰুত্ব নিদিয়ে৷ পিছে, জানি থোৱা ভাল যে ওঁঠ কলা পৰাটো বিভিন্ন শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কি কি