Category: Assamese News

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হোৱাৰ সমস্যাত ভোগে অনেকেই৷ বহুক্ষেত্ৰত দেখা যায় লিভাৰৰ সমস্যা থাকিলে বা কোনো অসুখৰ কাৰণে দীৰ্ঘদিন ধৰি ঔষধ খাই থাকিলে দাঁতত দাগ পৰে বা হালধীয়া হয়৷ অনেকে আকৌ সময়ত ভালদৰে টুথব্ৰাছ আদিৰে পৰিষ্কাৰ নকৰাৰ ফলতো দাঁত হালধীয়া হয়৷ মলিয়ন বা হালধীয়া দাঁত মজবুত আৰু পৰিষ্কাৰ কৰাৰ অনেক উপায় আছে৷

অতিৰিক্ত চৰ্বি সহজে আঁতৰাবলৈ এই পাঁচটা নিয়ম মানি চলক

অতিৰিক্ত চৰ্বি সহজে আঁতৰাবলৈ এই পাঁচটা নিয়ম মানি চলক

সাম্প্ৰতিক জীৱনশৈলীত বহুতেই অতিৰিক্ত ওজনৰ সমস্যাত ভোগা দেখা যায়৷ অনিয়মীয়া খাদ্যাভাসৰ বাবে বহুতে কম দিনতে শকত হৈ পৰে৷ ফলত দেহৰ অত্যধিক ওজন বাঢ়ে৷ কিন্তু এই সমস্যাৰ পৰা হাত সৰাৰো উপায় নথকা নহয়৷ উল্লেখ কৰা হ’ল সহজতে অতিৰিক্ত চৰ্বি আঁতৰাব পৰা পাঁচটা উপায়– [১] চৰ্বিযুক্ত খাদ্য নাখাব৷ তাৰ সলনি বেছিকৈ ফল-মূল

বিদ্যুৎ বচাবলৈ ফ্ৰীজ এইদৰে ব্যৱহাৰ কৰক

বিদ্যুৎ বচাবলৈ ফ্ৰীজ এইদৰে ব্যৱহাৰ কৰক

ব্যস্ত জীৱনশৈলীত ফ্ৰীজটো এতিয়া সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ বিশেষকৈ গ্ৰীষ্মকালত ফলমূল, শাক-পাচলি  ৰন্ধা খাদ্য সতেজ আৰু ভালে ৰাখিবলৈ ফ্ৰীজৰ বিকল্প আন একো হ’ব নোৱাৰে৷ কিন্তু এচিৰ দৰে ফ্ৰীজ ব্যৱহাৰতো বিদ্যুৎ বিল অত্যধিক হয়৷  বিশেষকৈ ২৪ ঘণ্টাই ফ্ৰীজ চলাই ৰাখিলে বিদ্যুৎ বিল বেছিকৈ ভৰিব লগা হয়৷ কিন্তু কেইটামান উপায়

আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিয়াৰ মেহেন্দী-সংগীত অনুষ্ঠানৰ ফটো

আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিয়াৰ মেহেন্দী-সংগীত অনুষ্ঠানৰ ফটো

২৩ জানুৱাৰীত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াখন কেৱল পৰিয়াল আৰু অতি ঘনিষ্ঠ বন্ধুৰ সৈতে ব্যক্তিগত বিবাহ আছিল যদিও স্বামী-স্ত্ৰী হিচাপে প্ৰথম আভাস দিয়াৰ পিছৰে পৰা এই দম্পতীহালৰ হৃদয় গলিবলৈ ধৰিছে।

৭০ বছৰীয়া শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ২৮ বছৰীয়া বোৱাৰী, কিয় ……

৭০ বছৰীয়া শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ২৮ বছৰীয়া বোৱাৰী, কিয় ……

উত্তৰ প্ৰদেশৰ গোৰখপুৰত এজন ৭০ বছৰীয়া ব্যক্তিয়ে নিজৰ ২৮ বছৰীয়া বোৱাৰীয়েকৰ সৈতে মন্দিৰত বিবাহপাশত আৱদ্ধ হয়। এই বিয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাক লৈ সৰ্বত্ৰে চৰ্চা চলিছে। ছ’চিয়েল মিডিয়াৰ বাতৰি আৰু ফটোক বিশ্বাস কৰি কোৱা হৈছে যে শহুৰেক কৈলাশ যাদৱৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছে। তেওঁলোকৰ