ছুইটীৰ বিপদৰ সময়তো তেওঁৰ ৮ গৰাকী অভিন্ন বন্ধুৱে অনবৰতে লগত থাকি সকলোকে যেন বুজাই দিলে বন্ধুত্বৰ প্ৰকৃত অৰ্থ। চিনেমাৰ কাহিনীৰ দৰে লগা এই বাস্তৱ কাহিনী উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ। জানিব পৰা মতে, এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বি.টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ছুইটী। গ্ৰেটাৰ নয়ডাৰ ছেক্টৰ ২ত
Category: Assamese News
শাস্ত্ৰত সন্নিবিষ্ট আছে যে সাগৰ মন্থনৰ সময়ত ১৪ টা ৰত্ন প্ৰাপ্ত কৰা হৈছিল। তাৰে এটা হল ৰত্ন শংখ। মা লক্ষ্মীৰ সৈতে শংখও উৎপন্ন হৈছিল। ভক্তি হৈছে সনাতন ধৰ্মত ঈশ্বৰক প্ৰাপ্ত কৰাৰ সৰল উপায়। বিশ্বাস কৰা হয় যে পূজা, জপ, তপস্যা, কীৰ্তন, ভজন আদি কৰিলে ঈশ্বৰ সোনকালে প্ৰসন্ন হয় । সেইবাবে
কাৰ্যালয় বা দোকানৰ সন্মুখত কিছুমান আলংকাৰিক সামগ্ৰী ৰখাটোও বাস্তু দোষৰ ভিতৰত পৰে। বাস্তুৰ মতে ব্যৱসায়ক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু সফল কৰি তুলিবলৈ পাঁচটা তত্বৰ সন্তুলন হোৱাটো আৱশ্যক । যিকোনো ব্যৱসায়ৰ সফলতাৰ ক্ষেত্ৰত, পৃথিৱী, আকাশ, বায়ু, পানী, জুইৰ সন্তুলন হোৱাটো প্ৰয়োজনীয়। এই পাঁচটা উপাদানে যিকোনো ব্যৱসায় সফল কৰাত অৰিহণা যোগায়। যদি
সূৰ্যাস্তৰ সময়ত এনেকুৱা কেইটামান কাম আছে যিকেইটা কেতিয়াও কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰত ইয়াক দৰিদ্ৰতাৰ বহুত ডাঙৰ কাৰক বুলি কোৱা হয় যিবোৰ মানুহে অজানিতে কৰি পেলায়। যদি আপুনি এই নকৰিবলগীয়া কাম কেইটাৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে মা লক্ষ্মী আপোনাৰ প্ৰতি প্ৰসন্ন হব আৰু আপোনাৰ জীৱনত আৰ্থিক সংকটৰ সমস্যা নাইকিয়া হব ।
যেতিয়া শ্ৰীকৃষ্ণই কংসক বধ কৰিবৰ বাবে বৃন্দাবন এৰি গুচি গৈছিল তেতিয়া ৰাধাৰ জীৱনটোৱে অন্য এক গতি লৈছিল । ৰাধাৰ বিবাহ হৈ গল কিন্তু শ্ৰীকৃষ্ণৰ বিৰত ৰাধাই মৰি যোৱাৰ দৰে হৈ পৰিছিল । কিন্তু ৰাধাই নিজৰ বিবাহিত জীৱনটো সততাৰে দায়িত্ব পালন কৰিলে । নিজৰ সকলো কৰ্তব্যৰ পৰা মুক্তি লাভ কৰি ৰাধাই