Category: Assamese News

পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ

পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ

সফলতা আৰু সমৃদ্ধিৰ আশাৰে প্ৰায় প্ৰতিটো হিন্দু পৰিয়াল তথা কৰ্মক্ষেত্ৰত গণেশ আৰু লক্ষ্মীক পূজা কৰা হয়। গণেশক জ্ঞানৰ ঈশ্বৰ আৰু লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।জ্ঞান অবিহনে সম্পদ আপোনাৰ সৈতে বেছি সময় থাকিব নোৱাৰে।সেয়ে, সম্পদৰ সমান্তৰালকৈ জ্ঞান অৰ্জন কৰিবলৈ লক্ষ্মী পূজাৰ সৈতে গণেশ পূজাও কৰা হয়।পিছে লক্ষ্মীয়ে আপোনাৰ ঘৰক

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ ১. নিম্ন ৰক্তচাপ মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়। ২. ডিহাইড্ৰেশ্যন যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ

পেট পেলাই টোপনি যোৱাৰ ফলত হ’ব পাৰে বহুটো সমস্যা

পেট পেলাই টোপনি যোৱাৰ ফলত হ’ব পাৰে বহুটো সমস্যা

সাধাৰণতে, বহুলোকৰ পেট পেলাই টোপনি মৰাৰ অভ্যাস আছে, কিন্তু তেওঁলোকে জানি আচৰিত হ’ব যে ইয়াৰ ফলত মানুহৰ বিভিন্ন সমস্যা হ’ব পাৰে। বিজ্ঞানীসকলৰ মতে, মৃগীৰোগীসকলে যিমান সোনকালে পেট পেলাই শুই থকাৰ অভ্যাস এৰিব, তেওঁলোকৰ বাবে সিমানেই ভাল হ’ব। পেট পেলাই টোপনি মৰা মৃগীৰোগীৰ ক্ষেত্ৰত আকস্মিক মৃত্যুৰ আশংকা অধিক হয়। শিশুৰ দুৰ্ঘটনাজনিত

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব….

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব….

পৃথিৱীত এনে এগৰাকী মহিলা হয়তো পোৱা নাযায় যে পইতাচোৰাক ভয় নকৰে বা পইতাচোৰা দেখিলেই অস্বস্তিত নপৰে৷ বহু মহিলাই পইতাচোৰাক যিমান ভয় কৰে সাপকো হয়তো সিমান ভয় নকৰে৷ আপাতঃদৃষ্টিত এইবিধ প্ৰাণী নিৰীহ যেন লাগে যদিও মানুহৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ জাৱৰ-জোথৰৰ মাজত থকা পইতাচোৰাই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে৷ বিভিন্ন ৰোগৰ

দেউতাকক বিয়া কৰোৱা এক অদ্ভুত পৰম্পৰা…..

দেউতাকক বিয়া কৰোৱা এক অদ্ভুত পৰম্পৰা…..

পিতৃ আৰু জীয়েকৰ মাজৰ সম্পৰ্কক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু পৃথিৱীত এনে এখন ঠাই আছে য’ত ছোৱালীবোৰ দেউতাকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই অদ্ভুত পৰম্পৰা বাংলাদেশৰ মাণ্ডি জনজাতিৰ মাজত প্ৰচলিত। বাংলাদেশত বাস কৰা মাণ্ডি জনজাতিৰ কোনো মহিলা বিধৱা হ’লে, তেওঁৰ এটি কন্যা সন্তান দ্বিতীয় স্বামীলৈ আগবঢ়ায়৷ তেনে