Category: Assamese News

টুথপেষ্ট টিউবৰ তলত ৰঙীন চিহ্ন! কিন্তু কিয় থাকে জানেনে?

টুথপেষ্ট টিউবৰ তলত ৰঙীন চিহ্ন! কিন্তু কিয় থাকে জানেনে?

উজ্জ্বল আৰু সুস্থ কৰিব ৰাখিবলৈ টুথপেষ্ট লগাই ব্ৰাছ কৰা হয়৷ মুখৰ গোন্ধ দূৰ কৰিবলৈও প্ৰতিদিনে পুৱা টুথপেষ্ট ব্যৱহাৰ কৰা হয়৷ কিয়নো দাঁত আৰু মুখ পৰিষ্কাৰ কৰি ৰখাত অন্যতম স্বাস্থ্যকৰ উপায় হৈছে টুথপেষ্টৰে ব্ৰাছ কৰা৷ কিন্তু এই টুথপেষ্ট টিউবৰ তলৰ অংশত কিউব আকৃতিৰ ৰঙীন চিহ্নৰ উপস্থিতি কেতিয়াবা দেখিছেনে? হয়তো দেখিছে৷ কিন্তু

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব

সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে  বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং

বিয়াৰ পাছত শকত নহবলৈ কি কৰিব

বিয়াৰ পাছত শকত নহবলৈ কি কৰিব

ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷

শীতকালত নিতৌ গা ধুলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে

শীতকালত নিতৌ গা ধুলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে

শীতকালত গা ধুৱাৰ কথা ক’লে বহুতৰে ভয়ত যেন হাত ভৰি লুকায়৷ যদি বতৰ ডাৱৰীয়া হয় তেতিয়া হ’লেতো কথাই নাই৷ শীতকালত বহুতে দিনৰ পাছত দিন ধৰি গা ধুবলৈ বাদ দি পলায়৷ ইয়াৰ বিপৰীতে বহুতে আৰু প্ৰচণ্ড শীততো ঠাণ্ডা পানীৰে গা ধুই ভাল পায়৷ তেওঁলোকৰ যুক্তি বিষেহে বিষ আঁতৰ কৰিব পাৰে৷ শীত

গায়ত্ৰীমন্ত্ৰ-প্ৰাণায়ামে নাইকিয়া কৰে কৰ’না!

গায়ত্ৰীমন্ত্ৰ-প্ৰাণায়ামে নাইকিয়া কৰে কৰ’না!

আই চি এম আৰৰ তত্বাৱধনাত গৱেষণা গায়ত্ৰী মন্ত্ৰ আৰু যোগ সাধনা কৰিলে কৰ’না আঁতৰে! কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰণালয়ৰ সহযোগত এই বিষয়ে এইম্‌ছত গৱেষণা চলি আছে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আই চি এম আৰৰ তত্ত্বাৱধানত এই গৱেষণা চলিছে৷ ঋষিকেশত থকা এইম্‌ছত সম্প্ৰতি ২০জন ক’ভিড আক্ৰান্তক ইয়াৰ বাবে নিৰ্বাচন