আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেণ্ডফ’ৰ্ট, টেক্সাছ আৰু মাছাছুচেটছ বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু ভাৰতৰ সত্যম বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত প্ৰকাশিত তথ্য অনুযায়ী আধুনিক মানৱ জীৱনত সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক চাপ ইমানে বেছি বৃদ্ধি পাইছে যে জীৱনৰ আনন্দখিনিও উপভোগ কৰিবলৈ মানুহে সময় নোপোৱা হৈছে। কানাডাৰ ভাংকুভাৰ বিশ্ববিদ্যালয়ৰ মনস্তত্ববিদ জিলি ডিকাৰজে মন্তব্য কৰিছে যে সমাজত
Category: Assamese News
ৰাষ্ট্ৰসংঘ আৰু ‘ৱাক ফ্ৰী ফাউণ্ডেশ্বন’ৰ সাম্প্ৰতিক যুটীয়া সমীক্ষাত প্ৰকাশ যে ২০১৬-২১ বৰ্ষত বিশ্বৰ ৫ কোটি মানুহ বলপূৰ্বক শ্ৰম আৰু বলপূৰ্বক বিবাহত বন্দী হৈ আছে। ইয়াৰে ২.৮০ কোটি লোক বলপূৰ্বকভাৱে শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছে , আৰু ইয়াৰ ২০ শতাংশই হৈছে শিশু শ্ৰমিক । এই শিশুসকলৰ আধা সংখ্যককেই যৌন ব্যৱসায়ত লিপ্ত
উষ্ণায়নৰ ফলত মেৰু অঞ্চলৰ বৰফ গলাৰ বাতৰিয়ে বিশ্বত উদ্বিগ্নতাৰ সৃষ্টিৰ মাজতে এদল বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত এখন ৪৬০ কিল’মিটাৰ দীঘৰ ডাঙৰ নদীৰ সন্ধান লাভ কৰিছে। আকাশ মণ্ডলত স্থাপন কৰা ৰাডাৰৰ জৰিয়তে এণ্টাৰ্কটিকাৰ হিমবাহৰ তলত প্ৰৱাহিত নদীখনৰ বিষয়ে ভূবিজ্ঞানীসকলে জানিব পাৰে। নদীখনৰ ওপৰৰ অংশত অৱস্থিত বৰফ গলিলে সমগ্ৰ বিশ্বৰ সাগৰ পৃষ্ঠ ১৪
আন্তৰ্জাতিক শ্ৰম সংস্থা, ‘ল’য়ডছ ৰেজিষ্টাৰ ফাউণ্ডেচন’ আৰু ‘গেলপ’ৰ যৌথ সমীক্ষাৰ তথ্য অনুসৰি বিশ্বৰ ৫৮ কোটিৰো অধিক মানুহ কৰ্মক্ষেত্ৰত মানসিক নিৰ্য্যাতনৰ বলি হয়। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ ভাৱুকি, ভীতি প্ৰদৰ্শন, ধমকি আৰু অপমানৰ সন্মুখীন হ’বলগীয়া হয় শ্ৰমিক-কৰ্মচাৰী। ইয়াৰ উপৰিও ২০ কোটি মানুহ বিশেষকৈ মহিলা কৰ্মীসকল কৰ্মক্ষেত্ৰত যৌন নিৰ্য্যাতনৰ সন্মুখীন হ’বলগীয়া হয়। এনে
ভাৰত, ৰাছিয়া, আৰু ইউৰোপীয়ান স্পেচ এজেন্সীয়ে ২০২৩ত যৌথভাৱে বহিঃবিশ্বত জীৱৰ অনুসন্ধান চলাব। এই বৰ্ষত বৃহস্পতিৰ তিনিটা উপগ্ৰহ গেনিমেড, কেলিষ্ট’, আৰু ইউৰোপালৈ ‘জুপিটাৰ আইছি মুন’ মহাকাশযান প্ৰেৰণ কৰা হ’ব। মহাকাশযানখন লক্ষ্যস্থানত উপনীত হ’ব ২০৩১ বৰ্ষত।মহাকাশ বিজ্ঞানীয়ে অনুমান কৰিছে গ্ৰহকেইটাৰ ভুপৃষ্ঠৰ তলত বৰফৰ আকাৰত পানী জমা হৈ আছে। আনহাতে, ২০২০ বৰ্ষত নাছাই