দীঘলীয়া সময়ৰ বাবে ক’ৰবালৈ গ’লে ঘৰতে থাকি যায় গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো৷ এনেক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে আমি কিমান দিন ঘৰত গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো ৰাখিব পাৰো? বেছিদিন ৰাখিলে কোনো বিপদ নহয়তো? আজি এই বিষয়ে উল্লেখ কৰা হ’ল৷ গেছভৰ্তি এলপিজি চিলিণ্ডাৰ এটা ঘৰত ৰাখি থোৱাত কোনো সমস্যা নাই৷ কিন্তু এইক্ষেত্ৰত কিছুমান সতৰ্কতা
Category: Assamese News
দীঘল আৰু ঘন চুলিৰ অধিকাৰী হ’বলৈ কাৰণো মন নাযায়৷ বাৰিষা সময়ত চুলি নানানধৰণৰ সমস্যাই দেখা দিয়ে৷ বিশেষকৈ সঘনে বৰষুণৰ তিতাৰ পৰা চুলি বিশেষ সমস্যা হয়৷ সুন্দৰ, মজবুত একোচা চুলিৰ কাৰণে এই টিপ্ছকেইটাই শীঘ্ৰে সুফল দিব বুলি সদৰী কৰিছে বাবা ৰামদেৱে৷ ছিকাকাই পাউদাৰ ব্যৱহাৰ আপোনাৰ চুলি ভাল কৰি ৰখাৰ কাৰণে ছিকাকাই
শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ পিতৃ-মাতৃৰেই চিন্তা হয়৷ বিশেষকৈ মাতৃসকলৰ মনত এই চিন্তা থাকেই৷ শিশুটিক কেনেদৰে হৃষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব, সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷
পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷ আন কোনোৱে শুই উঠিয়েই মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়৷ বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়, আন বহুতেই আকৌ গৰমপানী
বিশ্বৰ অধিপতি ভগৱান মহেশ্বৰক বিভিন্ন ৰূপত আৰাধনা কৰা হয়। শিৱ ভগৱানৰ ৰুদ্ৰ ৰূপত আৰাধনাৰে সকলো বাধা দূৰ কৰি জীৱনলৈ সুখ আনিব পৰা যায়। ভগৱান শিৱক ৰুদ্ৰ হিচাপে এঘাৰটা ৰূপত পোৱা যায়। ৰুদ্ৰ এজনেই কিন্তু জগতৰ কল্যানৰ বাবে এঘাৰটা ৰূপত অৱতাৰ হয়। আদি গ্ৰন্থ বেদত ভগৱান শিৱক ভিন ভিন নামেৰেই নামাকৰণ