Air India Express on Thursday agreed to withdraw termination letters issued to 25 cabin crew members. The move came following a meeting of Air India Express management with the protesting crew, convened by the Chief Labour Commissioner at 2 pm today. Following the move, a section of Air India Express
Category: Assamese News
আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ তিহাৰ জে’লত বন্দী হৈ আছে।
অক্ষয় তৃতীয়াৰ পূণ্য তিথিত বহুতেই সোণ কিনে। এই দিনটোত সোণ কিনা শুভ বুলি কোৱা হয়। বহু মানুহে এই দিনটোত অলপ হ’লেও সোণ কিনে। আপোনাৰো যদি এনে পৰিকল্পনা আছে, তেন্তে জানি লওক সোণৰ দাম। সোণৰ দামৰ উত্থান-পতন হৈ থাকে। কিন্তু সম্প্ৰতি বহু পৰিমাণে বৃদ্ধি পাইছে সোণৰ দাম, যাৰ ফলত সোণৰ গহণা
মহানগৰীৰ ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। গেলাপট্টিৰ লক্ষীগলিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পাট’দিয়া মাৰ্কেটত উদ্ধাৰ যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ। মাৰ্কেটখনৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনৰ পিছমূৰৰ পৰা ওলাই
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ব্যাপক বিসংগতিৰ অভিযোগ৷ মিল নাই বুকলেটত প্ৰকাশিত ফলাফল আৰু অনলাইনত প্ৰচাৰিত ফলাফলৰ মাজত৷ বিসংগতিৰ অভিযোগ আনিছে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই৷ অধ্যক্ষ ড° শইকীয়াৰ অভিযোগ অনুসৰি, বুকলেটত যদি কোনো পৰীক্ষাৰ্থীয়ে দুটা বিষয়ত লেটাৰ মাৰ্ক পোৱা বুলি উল্লেখ কৰিছে, বিপৰীতে মাৰ্কশ্বিট ডাউনলোড কৰি দেখা পাইছে