Category: Assamese News

পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

দ্বিতীয় বাৰৰ বাবে অন্ত:সত্ত্বা আলিয়া ভট্ট ! কন্যা ৰাহাৰ মাত্ৰ তিনি মাহ। ইয়াৰ মাজতে, মায়ানাগৰীত পুনৰ চৰ্চালৈ আহিছে নতুন জল্পনা-কল্পনা । শুনা গৈছে যে পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া । আলিয়াক অলপতে স্বামী ৰণবীৰ কাপুৰৰ স’তে মুম্বাইৰ এটা অনুষ্ঠানত দেখা গৈছিল। মাতৃ হোৱাৰ পাছত এইটো আলিয়াৰ প্ৰথম অনুষ্ঠান । কিছুদিন আগতে, অভিনেত্ৰীগৰাকীয়ে নিজৰ

অনলাইনত লুডো খেলি পৰিল প্ৰেমত; পাকিস্তানৰ যুৱতী আহি পালে ভাৰত!

অনলাইনত লুডো খেলি পৰিল প্ৰেমত; পাকিস্তানৰ যুৱতী আহি পালে ভাৰত!

প্ৰথমে কথোপকথন আৰম্ভ হ’ল অনলাইনত লুডো খেলি। তাৰ পৰাই আৰম্ভ হ’ল ভাললগাৰ পৰা ভালপোৱা । কিন্তু প্ৰেমৰ বাধা হৈছে আন্তৰ্জাতিক সীমান্ত। কিয়নো প্ৰেমিক ভাৰতীয় হ’লেও প্ৰেমিকা পাকিস্তানী। কিন্তু প্ৰেমে নামানে কোনো সীমা । বৈধ নথি-পত্ৰ অবিহনে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ পাকিস্তানী কন্যা ইৰকা জিৱানী। গ্ৰেপ্তাৰ হ’ল ইৰকাৰ যুৱ প্ৰেমিক মুলায়ম

সৰস্বতীৰ পূজাত এইবিধ ফুলৰ মালা পিন্ধাওক দেৱীৰ মূৰ্তিত, পাব জীৱনত সকলো ধৰণৰ সফলতা…

সৰস্বতীৰ পূজাত এইবিধ ফুলৰ মালা পিন্ধাওক দেৱীৰ মূৰ্তিত, পাব জীৱনত সকলো ধৰণৰ সফলতা…

এইবাৰ ২৬ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে বিদ্যাৰ আৰাধ্যা দেৱী সৰস্বতীৰ পূজা উদযাপন কৰা হ’ব। এই দিনটোতে গণৰাজ্য দিৱসো পালন কৰিম। বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক ভোগ হিচাপে মিঠা হালধীয়া চাউল আগবঢ়োৱাৰ নিয়ম আছে। মা সৰস্বতীক মিঠা হালধীয়া চাউল আগবঢ়ালে মা সৰস্বতী সোনকালে সুখী হৈ ভক্তক প্ৰজ্ঞাৰ বৰদান কৰে। এই দিনটোত দেৱী

২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত পেৰেড চাবলৈ যাব নেকি? এনেকৈ কৰক টিকট বুকিং-

২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত পেৰেড চাবলৈ যাব নেকি? এনেকৈ কৰক টিকট বুকিং-

বৃহস্পতিবাৰে দেশত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। এই দিনটোত ৰাজধানী দিল্লীৰ কৰ্তব্য পথত পেৰেড অনুষ্ঠিত হ’ব। সেইদিনা পেৰেড আৰু বিটিং দ্য ৰিট্ৰিট অনুষ্ঠান অনুষ্ঠিত হ’ব। এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেব পৰ্টেল www.aamantran.mod.gov.in ত গৈ অনলাইনযোগে গণৰাজ্য দিৱসৰ পেৰেডৰ টিকট ক্ৰয় কৰিব পাৰিব। টিকটৰ