Category: Assamese News

ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই, হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়: কেশৱ মহন্ত

ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই, হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়: কেশৱ মহন্ত

ছোৱাইন ফ্লুৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া। ছোৱাইন ফ্লুৰ ক্ষেত্ৰত H1n1আৰু H3n2 ভাইৰাছৰ পৰা সাধাৰণতে হয়। শিলচৰত ছোৱাইন ফ্লু হৈ এটি শিশুৰ মৃত্যু হৈছে। ছোৱাইন ফ্লুৰ লক্ষণ চৰ্দি বা তেনেধৰণৰ। ছোৱাইন ফ্লুৰ বাবে সষ্টম আৰু সক্ৰিয় হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে কেইবাস্থানত ছোৱাইন ফ্লুৰ টেষ্টিং আৰম্ভ হৈছে। স্বাস্থ্য বিভাগে ইয়াৰ

বিষাক্ত ধূপ নহয়, উগ্ৰ গোন্ধৰ স্প্ৰে’ও নালাগে! জানি লওক মহ খেদাৰ ৫টা সহজ উপায়

বিষাক্ত ধূপ নহয়, উগ্ৰ গোন্ধৰ স্প্ৰে’ও নালাগে! জানি লওক মহ খেদাৰ ৫টা সহজ উপায়

গৰমৰ দিনত মহৰ উপদ্ৰৱ! মহ খেদিবলৈ বহু লোকে ধূপ বা স্প্ৰে’ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত এইবোৰ সামগ্ৰী স্বাস্থ্যৰ বাবে ভাল নহয়। বহুতেই আকৌ ধূপ বা স্প্ৰে’ৰ গোন্ধ সহ্য কৰিবই নোৱাৰে। উশাহ-নিশাহত কষ্ট হয়। শিশুৰ বাবেও এই ধৰণৰ সামগ্ৰী নিৰাপদ নহয়। তেন্তে উপায় কি? গৰমৰ মহৰ কামোৰৰ পৰা ৰক্ষা পাব

৯ বজাৰ লগে লগে ৱেবচাইটত উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল, এটা ক্লিকত চাওক আপোনাৰ ফলাফল

৯ বজাৰ লগে লগে ৱেবচাইটত উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল, এটা ক্লিকত চাওক আপোনাৰ ফলাফল

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ৮টাকৈ ৱেবচাইট যোগে লাভ কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। https://ahsec.assam.gov.in https://www.results.shiksha , https://iresults.net , https://www.indiaresults.com , https://iresults.in , https://www.fastresult.in , https://assamjobalerts.com , https://www.assamresult.in , এইকেইটা ৱেবচাইটৰ জৰিয়তে

ভুৱা প্ৰলোভনেৰে যুৱতীৰ সৈতে ১০ বছৰে প্ৰেমৰ নাটক, লুটিলে ৫ লাখ টকা, তাৰ পিছত আন এগৰাকীক বিয়া পাতি পলাল ভণ্ড প্ৰেমিক

ভুৱা প্ৰলোভনেৰে যুৱতীৰ সৈতে ১০ বছৰে প্ৰেমৰ নাটক, লুটিলে ৫ লাখ টকা, তাৰ পিছত আন এগৰাকীক বিয়া পাতি পলাল ভণ্ড প্ৰেমিক

ভুৱা প্ৰেমৰ প্ৰতিশ্ৰুতিৰে এগৰাকী যুৱতীৰ সৈতে ১০ বছৰে প্ৰেম। বিয়াৰ প্ৰলোভন দি লুটি নিলে ৫ লক্ষাধিক টকা। তাৰ পিছত আন এগৰাকী যুৱতীক বিয়া পাতি পলাতক প্ৰেমিক। এই ঘটনা সংঘটিত হৈছে ডিগবৈত। ভণ্ড প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে প্ৰেমিকাই। তিনিচুকীয়াৰ ডিগবৈৰ পানীখোৱা গাঁৱত এগৰাকী যুৱতীক প্ৰেমৰ নামত প্ৰৱঞ্চনা কৰাৰ

নীতিকেশৰ ম’বাইলত গোপন মেচেজ ধৰা পেলাইছিল পংখীয়ে, তেতিয়াৰ পৰাই সুন্দৰ সংসাৰত ফাট!

নীতিকেশৰ ম’বাইলত গোপন মেচেজ ধৰা পেলাইছিল পংখীয়ে, তেতিয়াৰ পৰাই সুন্দৰ সংসাৰত ফাট!

শিৱসাগৰ জিলাৰ ডিমৌ নিতাই পুখুৰীৰ জীয়ৰী তথা সাপেখাতীৰ বোৱাৰী পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন। বুধবাৰে পংখী সন্দিকৈৰ নিতাই পুখুৰীৰ দুৱৰীচিগা গাঁৱৰ জন্মগৃহত উপস্থিত হয়গৈ আটাছুসহ একাধিক দল-সংগঠনৰ প্ৰতিনিধি। সকলোৱে একমুখে পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তোলাৰ লগতে পংখীৰ স্বামী নীতিকেশ দাসক