প্ৰেমৰ পৰিভাষাতো বাৰে বাৰে আহে এই ৰজনীগন্ধা ফুলৰ কথা। চিনেমাৰ পৰ্দাৰ পৰা আৰম্ভ কৰি সাহিত্যৰ পাতলৈ, গানৰ কলিৰ পৰা কবিতালৈ এই ফুলৰ নাম। শীতকাল আহিছে। আৰু শীতকাল মানেই বিয়াৰ বতৰ। কাৰণ বাৰ্ষিক কেলেণ্ডাৰত অধিকসংখ্যক বিয়াৰ লগ্ন থাকে শীতকালতে। তাম্পত্য জীৱনত ভফৰি দিয়াৰ পূৰ্বে দৰা–কইনাৰ এজনে আনজনক ৰজনীগন্ধাৰ মালা পিন্ধাই, তেনেদৰেই
Category: Assamese News
আগতে সকলোধৰণৰ যৌনতা সম্পৰ্কীয় কথা বতৰাবোৰ এটা সাধাৰণ অৱধাৰণাৰে আৰম্ভ হৈছিল–কুমাৰীত্বৰ পৰ্যায়। এতিয়া যৌনতাৰ কুশল বাৰ্তা সম্পৰ্কীয় বিষয়বোৰ এটা সামগ্ৰিক আৰু বহল প্ৰেক্ষাপটৰ আওতাত। ইয়াক আখ্যা দিয়া হৈছে যে, যৌনতাৰ আৰম্ভনি বা “sexual debut”। বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণৰ এক জৰীপৰ মতে, ১৪.১শতাংশ অবিবাহিত কিশোৰ আৰু ৬.৩শতাংশ কিশোৰীয়ে বিবাহ পূৰ্বৰ যৌন সম্পৰ্কত
গুৱাহাটী ২৩ জানুৱাৰী ২০২৩:- চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আজাদি কা অমৃত মহোৎসৱ অনুষ্ঠিত হৈ যায়। আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াত আটাইকেদিনে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ
অসমত পাঠানৰ দৰ্শনী বন্ধ কৰাৰ আহ্বান। শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল সত্যৰঞ্জন বৰাৰ |
আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো বদ অভ্যাস৷ ই দেখিবলৈ যিমান বেয়া, কামটো কৰিলেও তাৰ বহুগুণে ক্ষতিকাৰক৷ নাকৰ ভিতৰখন বৰ কোমল আৰু সংবেদনশীল৷ ইয়াৰ ভিতৰত বহু সিৰা, উপসিৰা আৰু স্নায়ু আছে৷ নাকৰ ভিতৰত বায়ু প্রদূষণ এলার্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে৷ ফলত নাকৰ ভিতৰত আঙুলি