সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে কয় যে,ইয়াৰ দ্বাৰা সমূহ সংবাদ মাধ্যমৰ লগতে থলগিৰি জনগণক জনোৱা হয় যে,যোৱা ইংৰাজী ১৯ জানুৱাৰীত ডি এ প্লাচ’নামৰ ব্যক্তিগত সংবাদ মাধ্যমটোত ‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)সংগঠনৰ নামত যিটো বাতৰি সম্প্ৰচাৰ কৰা
Category: Assamese News
১৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়লত সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ নে ১৯৫১ হ’ব, তাক লৈ হ’ব শুনানি৷ যি অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু সদায় তথাকথিত খিলঞ্জীয়াৰ পক্ষত থকা ৰাজ্যিক বিজেপি চৰকাৰে আৰু কেন্দ্রীয় চৰকাৰে কিন্তু স্পষ্টভাৱে ১৯৭১ ৰ পক্ষত শপতনামা দাখিল কৰিছে। ইতিমধ্যেই এই শুনানি আৰু হব লগীয়া নিৰ্ণয়কক ভিত্তিহীন কৰিবলৈ আগবাঢ়িছে
বিফলতাক হেঙাৰ হ’বলৈ নিদি পৰিশ্ৰম কৰিব লাগিবঃ ছানা আলী সকলো বাধা অতিক্ৰম কৰি বাছ চালকৰ কন্যা ছানা আলী ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে নিযুক্ত হ’ব। মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ বাসিন্দা ছানা সতীশ ধাৱন মহাকাশ কেন্দ্ৰ ISRO ত সহকাৰী কাৰিকৰী অভিযন্তা হিচাপে নিৰ্বাচিত হৈছে। নিজৰ দৰিদ্ৰতাক নিজৰ উন্নতিৰ পথত বাধা হ’বলৈ
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পিছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিব ইউনেস্কোলৈ। চৰাইদেউ মৈদাম ক্ষেত্ৰ হ’ল ২০২৩ বৰ্ষত ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে
সময় এতিয়া তথ্য প্ৰযুক্তিসৰ্বস্ব ৷ হাতত থকা মোবাইলটোতে দ্ৰুত আৰু ক্ষিপ্ৰতাৰে সকলো কৰিব পৰাৰ সময় এয়া ৷ গেৰুৱা দল বিজেপিৰ বাবেও আহি থকা ২০২৪ৰ নিৰ্বাচন হ’ব তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগ ৷ হয়তো বিজেপিৰ লক্ষ্য এতিয়া আপোনাৰ হাতৰ মোবাইল ফোনটো ৷ তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মন্ত্ৰণালৈ সাজু হৈছে এতিয়া গেৰুৱা বাহিনী বিজেপি ৷