Category: Assamese News

কেনে আছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’? অ’ল্ড এজ হোম কৰ্তৃপক্ষই জনালে আশাৰ বতৰা

কেনে আছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’? অ’ল্ড এজ হোম কৰ্তৃপক্ষই জনালে আশাৰ বতৰা

প্ৰায় ২৪ ঘণ্টা অজ্ঞান হৈ থকাৰ পিছত আজি সম্বিত লাভ কৰিছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ই। যোৱা তিনি দিন ধৰি চকু নেমেলা আইতাই আজি দুই-এটা কথা ক’বলৈও আৰম্ভ কৰিছে। এই কথা জানিবলৈ দিছে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোম (Pramod Talukdar Memorial Old age home) কৰ্তৃপক্ষই। অ’ল্ড এজ হোম কৰ্তৃপক্ষই

হঠাতে পেটৰ বিষ হ’লে এইদৰে পৰিত্ৰাণ লাভ কৰক

হঠাতে পেটৰ বিষ হ’লে এইদৰে পৰিত্ৰাণ লাভ কৰক

বহুতেই বাহিৰৰ খাদ্য খাই ভাল পায়৷ কিছুমানে আকৌ প্ৰিয় খাদ্য অত্যধিক পৰিমাণে খায়৷ ফলত কোনোধৰণৰ ইংগিত অবিহনেই আৰম্ভ হয় হঠাৎ প্ৰচণ্ড পেটৰ বিষ৷ পেটৰ সমস্যা, বমি ভাব বা এচিডিটীৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দৰৱ পোৱা যায়৷ বহুতে পানী খাই পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়৷ কেতবোৰ ঘৰুৱা উপায়েৰেও পেটৰ বিষ কমাব

বুকুত জ্বলা-পোৰা লাগিলে কেতিয়াও অৱহেলা নকৰিব

বুকুত জ্বলা-পোৰা লাগিলে কেতিয়াও অৱহেলা নকৰিব

জি ই আৰ ডি অৰ্থাৎ গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স হ’ল এক হজমজনিত বিকাৰ৷ মুখ আৰু খাদ্যনলীৰ সংযোগস্থলক বিজ্ঞানৰ ভাষাত ইছুফেগাছ বুলি জনা যায়৷ যেতিয়া পাকস্থলীৰ খাদ্যবস্তু ইছুফেগাছৰ পৰা ঘূৰি আহে তাকেই কোৱা হয় ‘গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স’৷ সাধাৰণতে ইয়াক কোৱা হয় এচিদ ৰিফ্লাক্স৷ কেতিয়াবা বুকুত জ্বলা-পোৰা যেন অনুভৱ হ’লে সাধাৰণতে গুৰুত্ব দিয়া নহয়৷ কিন্তু

ওজন কমাবলৈ হ’লে এইখিনি কৰক

ওজন কমাবলৈ হ’লে এইখিনি কৰক

ওজন নিয়ন্ত্ৰণ নথকাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ মেদ বহুলতা বৰ্তমান সময়ৰ এক সাধাৰণ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে৷ শাৰীৰিক পৰিশ্ৰম কমি অহাৰ ফলত মেদ বহুলতাৰ দৰে সমস্যা বৃদ্ধি পোৱা দেখা গৈছে৷ একেদৰে আধুনিক জীৱন চৰ্যাও ওজন নিয়ন্ত্ৰণ নথকাৰ কাৰক ৰূপে থিয় দিছে৷ এই ক্ষেত্ৰত শাৰীৰিক পৰিশ্ৰমৰ অভাৱ নিত্য নতুন

চুলি সৰা বন্ধ কৰাৰ কেইটামান উপায়

চুলি সৰা বন্ধ কৰাৰ কেইটামান উপায়

বিভিন্ন দৰৱ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পৰা নাযায়৷ এবাৰ চুলি সৰিবলৈ আৰম্ভ কৰিলে ই সহজে বন্ধ নহয়৷ চুলি পাতল হ’লে সৌন্দৰ্য হানি হোৱাৰ লগতে শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ কিন্তু চুলি সৰা বন্ধ কৰাৰ কিছুমান ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল চুলি সৰা সমস্যা বন্ধ