যেনেকৈ শিক্ষাৰ বাবে বয়স কোনো সীমা নাই, প্ৰেমৰ বাবেও বয়সৰ কোনো সীমা নাই । যেনেকৈ শিক্ষাৰ বয়স নাই, প্ৰেমৰ বয়সো নাই। প্ৰেম তেনেকুৱাই কিন্তু ইয়াত কোনো বয়সৰ সীমা দেখা নাযায়। যদি প্ৰেম আছে, তেন্তে সম্পৰ্কটোৱে বয়সৰ সীমা ভংগ কৰিব পাৰে। প্ৰেম সম্পূৰ্ণ হৃদয়ৰ কাম, ইয়াৰ লগত মগজুৰ কোনো সম্পৰ্ক নাই।
Category: Assamese News
কি কৰিলে আপোনাৰ সংগী প্ৰতিদিন আপোনাৰ প্ৰেমত পৰি থাকিব, অকল ইমানেই নহয় গোটেই জীৱন আপোনাৰ প্ৰেমত পাগল হৈ থাকিব । প্ৰেমত পৰাটো সহজ। অৱশ্যে নিজৰ পছন্দৰ জীৱন সংগী বিচাৰি পোৱাটো বৰ কঠিন। প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণিতে সম্পৰ্ক ভাল হ’লেও লাহে লাহে বহুতে নিজৰ সংগীৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। ফলত দূৰত্ব বাঢ়ি
বিশ্বৰ অধিপতি ভগৱান মহেশ্বৰক বিভিন্ন ৰূপত আৰাধনা কৰা হয়। শিৱ ভগৱানৰ ৰুদ্ৰ ৰূপত আৰাধনাৰে সকলো বাধা দূৰ কৰি জীৱনলৈ সুখ আনিব পৰা যায়। ভগৱান শিৱক ৰুদ্ৰ হিচাপে এঘাৰটা ৰূপত পোৱা যায়। ৰুদ্ৰ এজনেই কিন্তু জগতৰ কল্যানৰ বাবে এঘাৰটা ৰূপত অৱতাৰ হয়। আদি গ্ৰন্থ বেদত ভগৱান শিৱক ভিন ভিন নামেৰেই নামাকৰণ কৰা
ভগৱান শণিদেৱে সকলোৰে কৰ্মৰ হিচাপ ৰাখে আৰু তেওঁৰ ছায়াৰপৰা ভগৱান শিৱও ৰক্ষা নপৰিছিল। ভগৱান শণিদেৱৰ কাৰোবাৰ ওপৰত সুদৃষ্টি পৰিলে সেইজন ৰজা হয়৷ আৰু যদি তেওঁৰ কুদৃষ্টি পৰে তেতিয়া তেওঁ ৰজাকো দৰিদ্ৰতা ৰং দেখুৱাই। ভগৱান শণিদেৱ সূৰ্য্য আৰু ছায়াঁৰ পুত্র হয়। এওঁ দৃষ্টিৰপৰা যি ক্ৰধতা পৰে, সেয়া তেওঁৰ পত্নীৰ সাপৰ বাবে
“যজ্ঞাৰ্থাৎ কৰ্মণোহন্যত্ৰ লোকোয়ং কৰ্মবন্ধনঃ ৷ তদৰ্থং কৰ্ম কৌন্তেয় মুক্তসঙ্গঃ সমাচৰ” ৷৷(ভগৱদ্গীতা) অৰ্থাৎ, বিষ্ণুৰ সন্তুষ্টিৰ বাবে কৰা যজ্ঞ হিচাপে সকলো কৰ্ম কৰিব লাগে,নহলে কৰ্মই এই জড় জগতত আবদ্ধ কৰি ৰাখে ৷হে কুন্তীপুত্ৰ,সেয়েহে তোমাৰ নিৰ্দ্দিষ্ট কৰ্তব্য হল কৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে কাম কৰি যোৱা আৰু তেনেদৰেই তুমি সদায় অনাসক্ত আৰু মুক্ত হৈ থাকিব