বিফলতাক হেঙাৰ হ’বলৈ নিদি পৰিশ্ৰম কৰিব লাগিবঃ ছানা আলী সকলো বাধা অতিক্ৰম কৰি বাছ চালকৰ কন্যা ছানা আলী ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে নিযুক্ত হ’ব। মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ বাসিন্দা ছানা সতীশ ধাৱন মহাকাশ কেন্দ্ৰ ISRO ত সহকাৰী কাৰিকৰী অভিযন্তা হিচাপে নিৰ্বাচিত হৈছে। নিজৰ দৰিদ্ৰতাক নিজৰ উন্নতিৰ পথত বাধা হ’বলৈ
Category: Assamese News
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পিছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিব ইউনেস্কোলৈ। চৰাইদেউ মৈদাম ক্ষেত্ৰ হ’ল ২০২৩ বৰ্ষত ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে
সময় এতিয়া তথ্য প্ৰযুক্তিসৰ্বস্ব ৷ হাতত থকা মোবাইলটোতে দ্ৰুত আৰু ক্ষিপ্ৰতাৰে সকলো কৰিব পৰাৰ সময় এয়া ৷ গেৰুৱা দল বিজেপিৰ বাবেও আহি থকা ২০২৪ৰ নিৰ্বাচন হ’ব তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগ ৷ হয়তো বিজেপিৰ লক্ষ্য এতিয়া আপোনাৰ হাতৰ মোবাইল ফোনটো ৷ তথ্য-প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মন্ত্ৰণালৈ সাজু হৈছে এতিয়া গেৰুৱা বাহিনী বিজেপি ৷
প্ৰায় ২৪ ঘণ্টা অজ্ঞান হৈ থকাৰ পিছত আজি সম্বিত লাভ কৰিছে সুভদ্ৰা দেৱী ওৰফে ‘কলিজা আইতা’ই। যোৱা তিনি দিন ধৰি চকু নেমেলা আইতাই আজি দুই-এটা কথা ক’বলৈও আৰম্ভ কৰিছে। এই কথা জানিবলৈ দিছে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোম (Pramod Talukdar Memorial Old age home) কৰ্তৃপক্ষই। অ’ল্ড এজ হোম কৰ্তৃপক্ষই
বহুতেই বাহিৰৰ খাদ্য খাই ভাল পায়৷ কিছুমানে আকৌ প্ৰিয় খাদ্য অত্যধিক পৰিমাণে খায়৷ ফলত কোনোধৰণৰ ইংগিত অবিহনেই আৰম্ভ হয় হঠাৎ প্ৰচণ্ড পেটৰ বিষ৷ পেটৰ সমস্যা, বমি ভাব বা এচিডিটীৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দৰৱ পোৱা যায়৷ বহুতে পানী খাই পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়৷ কেতবোৰ ঘৰুৱা উপায়েৰেও পেটৰ বিষ কমাব