কৰ’না ভাইৰাছে বিশ্বজুৰি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভাৰতত যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ কৰ’নাত আক্ৰান্ত হৈ বৃহস্পতিবাৰৰ দিনটোত মৃত্যু ঘটিছে এহাজাৰৰো অধিক লোকৰ৷ ভাইৰাছবিধে যাতে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ
Category: Assamese News
চৰ্বিহীন ঋজু শৰীৰ এটিৰ অধিকাৰী হ’বলৈ কাৰনো মন নাযায়৷ কিন্তু অনিয়মিত জীৱন-যাপন অত্যধিক ভোজনৰ লগতে কৰ্মবিমুখ হৈ ঘণ্টাৰ পৰা ঘণ্টা ধৰি একে স্থানতে বহি থকা এই তিনি প্ৰকাৰৰ কামে মানুহক ৰুগীয়া কৰি তুলিছে৷ অকল ৰোগৰ চিকাৰেই নহয় নাভি প্ৰদেশ তথা তলপেট অতিৰিক্ত চৰ্বি জমা হৈ ফুলি যোৱাৰ ফলত সুশ্ৰী মানুহৰ
ঔঁ নমঃ শিবায় এটা অতি শক্তিশালী মন্ত্ৰ। এই মন্ত্ৰৰ অৰ্থ “পৰমেশ্বৰ শিৱক প্ৰণাম “। ভগৱান শিৱক গুৰু বুলি ধৰা হয় সেয়ে এই মন্ত্ৰক গুৰু মন্ত্ৰ বুলিও কয়। ( Religious Studies ) ভগৱান শিৱ হৈছে দয়া আৰু সহানুভূতিৰ গৰাকী । তেওঁৰ উপাসকক দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰে । মানুহৰ মাজত থকা
যেনেকৈ শিক্ষাৰ বাবে বয়স কোনো সীমা নাই, প্ৰেমৰ বাবেও বয়সৰ কোনো সীমা নাই । যেনেকৈ শিক্ষাৰ বয়স নাই, প্ৰেমৰ বয়সো নাই। প্ৰেম তেনেকুৱাই কিন্তু ইয়াত কোনো বয়সৰ সীমা দেখা নাযায়। যদি প্ৰেম আছে, তেন্তে সম্পৰ্কটোৱে বয়সৰ সীমা ভংগ কৰিব পাৰে। প্ৰেম সম্পূৰ্ণ হৃদয়ৰ কাম, ইয়াৰ লগত মগজুৰ কোনো সম্পৰ্ক নাই।
কি কৰিলে আপোনাৰ সংগী প্ৰতিদিন আপোনাৰ প্ৰেমত পৰি থাকিব, অকল ইমানেই নহয় গোটেই জীৱন আপোনাৰ প্ৰেমত পাগল হৈ থাকিব । প্ৰেমত পৰাটো সহজ। অৱশ্যে নিজৰ পছন্দৰ জীৱন সংগী বিচাৰি পোৱাটো বৰ কঠিন। প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণিতে সম্পৰ্ক ভাল হ’লেও লাহে লাহে বহুতে নিজৰ সংগীৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। ফলত দূৰত্ব বাঢ়ি