Category: Assamese News

ধন-সম্পত্তি বৃদ্ধি কৰিবৰ বাবে এনেদৰে কৰা হয় লক্ষ্মী পূজা

ধন-সম্পত্তি বৃদ্ধি কৰিবৰ বাবে এনেদৰে কৰা হয় লক্ষ্মী পূজা

ভাৰতীয় সনাতন পৰম্পৰাত প্ৰতিটো বাৰৰ গুৰুত্ব আছে । সোমবাৰ ভগৱান শিৱৰ বাৰ, মঙ্গল বাৰ হনুমান ভগৱানৰ দিন , বুধবাৰ গণেশ দেৱতাৰ উপাসনাৰ দিন, বৃহস্পতি বাৰ গুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ দিন,  শুক্ৰবাৰ আদিশক্তি আৰু তেওঁৰ মা দূৰ্গা, মা কালী, মা লক্ষ্মী, দেৱী সৰস্বতী কে আদি কৰি বিভিন্ন ৰূপৰ দেৱী সকলৰ

তৰমুজৰ বীজৰ পাঁচটা উপকাৰী গুণ

তৰমুজৰ বীজৰ পাঁচটা উপকাৰী গুণ

গৰমত শৰীৰ শীতল কৰি ৰাখে তৰমুজে৷ সেয়ে তৰমুজ বহুতৰে প্ৰিয়৷ কিন্তু বহুতেই নাজানে যে তৰমুজৰ বীজৰো আছে সাংঘাতিক উপকাৰী গুণ৷ আজিৰ শিতানত তৰমুজৰ বীজ বা গুটিৰ পাঁচটা উপকাৰী গুণৰ বিষয়ে উল্লেখ কৰা হ’ল– [১] দেহত ভিটামিনৰ সৰবৰাহ কৰেঃ তৰমুজৰ বীজে মানৱ দেহত প্ৰয়োজনীয় ভিটামিনৰ সৰবৰাহ কৰে৷ এইবিধ ফলৰ বীজত বিভিন্ন

ঘৰতেই প্ৰস্তুত কৰিব পৰা যায় ‘ফেচপেক’

ঘৰতেই প্ৰস্তুত কৰিব পৰা যায় ‘ফেচপেক’

গ্ৰীষ্মকালত ছালৰ সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ বহুতৰ বাবে কষ্টকৰ হয়৷ যাৰ বাবে ছাল সজীৱ আৰু সতেজ কৰি ৰাখিবলৈ বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰে৷ তদুপৰি গ্ৰীষ্মকালত ছাল ‘হাইড্ৰেট’ কৰি ৰখাটো বহুতৰে প্ৰত্যাহ্বান হৈ পৰে৷ প্ৰচণ্ড ৰ’দত ছালত ক’লা দাগৰ সৃষ্টি হোৱাৰ লগতে ছালত অন্যান্য সমস্যাই দেখা দিয়ে৷ এনে অৱস্থাত বডী স্ক্ৰাবিঙৰ প্ৰয়োজনীয়তা

ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়

ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমূৰ্তিৰ পাচফাল কিয় দৰ্শন কৰিব নেপায়

সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে। শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে। কিছু নিৰ্দেশ সামান্য, যেনে, স্নান কৰিয়েই পূজা স্থানলৈ যোৱ, চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে

সঘনাই পিঠিৰ বিষ কিহৰ লক্ষণ?

সঘনাই পিঠিৰ বিষ কিহৰ লক্ষণ?

ঘনাই পিঠিৰ বিষ হৈছে নেকি আপোনাৰ৷ এই সমস্যাত আপুনি ভুগিব পাৰে অক্সিঅ’পৰচিছৰ কাৰণে৷ ই হ’ল হাড়ৰ এক বিশেষ ধৰণৰ ৰোগ৷ পুৰুষৰ তুলনাত মহিলাই এই ৰোগত বেছিকৈ আক্ৰান্ত হয়৷ যদি ঘনাই ঘনাই এই সমস্যাত ভোগে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷ অক্সিঅ’পৰচিছৰ লক্ষণঃ অক্সিঅ’পৰচিছে ধীৰে ধীৰে শৰীৰৰ ক্ষতি কৰে৷ সেয়ে