Category: Assamese News

আপোনাৰো চুলি সৰে নেকি?

আপোনাৰো চুলি সৰে নেকি?

আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷ আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে

আজি পানীৰ দৰে খৰচ হ’ব ধন, ষড়যন্ত্ৰৰ বলি হ’ব পাৰে এই ৰাশিৰ লোকসকল, চাওক ৬ মে’ৰ ৰাশিফল

আজি পানীৰ দৰে খৰচ হ’ব ধন, ষড়যন্ত্ৰৰ বলি হ’ব পাৰে এই ৰাশিৰ লোকসকল, চাওক ৬ মে’ৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সামাজিক কামত ভাগ লোৱাৰ দিন হ’ব। যাৰ বাবে নতুন বন্ধু বনাব পাৰিব। পৰিয়ালত আপুনি কোনো কঠোৰ সিদ্ধান্ত ল’ব লাগিব পাৰে, যাৰ বাবে পৰিয়ালৰ কোনো সদস্য আপোনাৰ শত্ৰু হৈ পৰিব পাৰে। যদি সন্তানে কোনো নতুন ব্যৱসায় আৰম্ভ কৰাটো বিচাৰে, তেন্তে সেয়া কৰিব পাৰে, তাৰ

জখলাবন্ধাত ভয়ংকৰ দুৰ্ঘটনা, টেংকাৰ আৰু মাৰুতি আৰ্টিগাৰ মাজত মুখামুখি সংঘৰ্ষ

জখলাবন্ধাত ভয়ংকৰ দুৰ্ঘটনা, টেংকাৰ আৰু মাৰুতি আৰ্টিগাৰ মাজত মুখামুখি সংঘৰ্ষ

জখলাবন্ধাৰ সৰুভগীয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ আন দুজন গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোকজনৰ নাম অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছত দুয়োখন বাহনৰ চালক বহু

গাড়ীত এঘণ্টা AC চলালে কিমান টকাৰ তেল খৰচ হয় আপুনি জানেনে? উত্তৰটো জানিলে আপুনি আচৰিত হৈ যাব!

গাড়ীত এঘণ্টা AC চলালে কিমান টকাৰ তেল খৰচ হয় আপুনি জানেনে? উত্তৰটো জানিলে আপুনি আচৰিত হৈ যাব!

গৰম দিনত গাড়ী চলোৱাসকলে জানে গাড়ীৰ ভিতৰৰ উষ্ণতা কেনেকুৱা। বহু সময়ত দীঘলীয়া দূৰত্বত যাত্ৰা কৰাৰ সময়ত যাত্ৰী আৰু চালকৰ বাবে মূৰ ঘূৰোৱাটো এক ভয়াৱহ পৰিস্থিতি। বহুসময়ত উৎকট গৰমৰ বাবে চালক আৰু যাত্ৰী দুয়োজনেই অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুতে অসুস্থ হৈ পৰে, আনকি মৃত্যুও হ’ব পাৰে। গাড়ী চলাওঁতে কেৱল ৰাস্তাৰ

ৰাহুল গান্ধীয়ে এৰিলে আমেথি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ডৰো মত! ভাগো মত!

ৰাহুল গান্ধীয়ে এৰিলে আমেথি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ডৰো মত! ভাগো মত!

লোকসভা নিৰ্বাচনৰ বাবে ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ দুৰ্গাপুৰত এক জনসভাক সম্বোধন কৰে। সভাত মোদীয়ে কয় যে মোক দেশে আৰু আৰু আপোনালোকে বহুত আশীৰ্বাদ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মই পূৰ্বেই কৈছিলো যে ৰাজকুমাৰে ৱাইনাডত