দিনটোৰ আৰম্ভণিতে কোনো বেমেজালিয়ে দেখা দিলে গোটেই দিনটোতে তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্যৰক্ষাৰ কেতবোৰ নিয়ম মানি চলিব পাৰিলে শৰীৰ সুস্থ আৰু সৱল হৈ থাকে৷ এই ক্ষেত্ৰত সময়মতে উঠা, শোৱা, খাদ্য গ্ৰহণ আদিৰ ওপৰত সুস্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল৷ কৰ’না কালত দৈনন্দিনৰ এই ৰুটিন সলনি হোৱাৰ ফলত মানুহ নানা ধৰণৰ ৰোগত আক্ৰান্ত
Category: Assamese News
ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷
স্মাৰ্টফোন এতিয়া প্ৰায় সকলোৰে অতি প্ৰিয় সংগ৷ আজিৰ দিনটোত হাতত এটা স্মাৰ্টফোন অবিহনে চলাৰ কথা কল্পনাও কৰিব নোৱাৰি৷ শিক্ষাৰ্থীসকলৰ মাজত এনে প্ৰৱণতা আৰু বেছি৷ পঢ়া-শুনা কৰাতকৈ অনেক শিক্ষাৰ্থী ব্যস্ত থাকে স্মাৰ্টফোনক লৈ৷ স্মাৰ্টফোনৰ পৰা কেনেকৈ নিজৰ ল’ৰা-ছোৱালীক আঁতৰাই ৰাখিব পাৰি তাক লৈ মূৰ ঘমাবলগীয়া হয় বহু ল’ৰা-ছোৱালীৰ অভিভাৱক অভিভাৱিকা৷ এই
এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা। ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ৪৪তম ম’হ যুঁজ। বোপা ককা দিনৰ
★ খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ★ ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে ★খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত