জ্যোতিষত গ্ৰহৰ স্থানৰ বিশেষ গুৰুত্ব আছে। এটা নিৰ্দিষ্ট সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত সকলো গ্ৰহই এটা ৰাশি এৰি আন এটা ৰাশিত প্ৰৱেশ কৰে। গ্ৰহবোৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত কেৱল ১২টা ৰাশিৰ ওপৰতহে প্ৰভাৱ পৰে। এইবাৰ শনি ৰাশি সলনি কৰিবলৈ ওলাইছে। অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কয় যে জ্যোতিষত শনিদেৱক ন্যায়ৰ দেৱতা বুলি
Category: Assamese News
ৰাজ্যত একেলগে ৩দিনলৈ কেইবাটাও অঞ্চলত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও অঞ্চলত সুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৪টাকৈ লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। দেওবাৰে আবেলি ৫ বজাৰ পৰা মঙলবাৰে
শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিছিল ভয়ংকৰ ধুমুহা। ভিন্নপ্ৰান্তত আহিছিল বৰষুণৰ লগতে ধূলিৰ ধুমুহা। পুনৰ ৰাজ্যৰ কেইবাখনো জিলা Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও,
চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ। আৰক্ষীয়ে দুখন ক্ৰেঙৰ সহায়ত ক্ষত-বিক্ষত অৱস্থাত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। উল্লেখ্য যে শনিবাৰে চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষতে থকা ডিভাৰ্ছন ব’ৰ্ড ভাঙি তলত পৰিছিল ট্ৰাকখন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ঘটনা অনুসৰি কনিষ্ঠ ভাতৃৰ দাৰ ঘাপত জ্যেষ্ঠ ভাতৃয়ে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়। উল্লেখযোগ্য যে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাত নিহত হোৱা লোকজনৰ নাম ৰাতনু মুণ্ডা বুলি জানিব পৰা গৈছে। বাসগৃহৰ সন্মুখতে কনিষ্ঠ