Category: Assamese News

ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানিবলৈ পঢ়ক

ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানিবলৈ পঢ়ক

শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত

পানীত তিয়াই থোৱা কিচমিচ খাওঁক আৰু ৰোগৰ পৰা বাচি থাকক

পানীত তিয়াই থোৱা কিচমিচ খাওঁক আৰু ৰোগৰ পৰা বাচি থাকক

আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী । বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাদৃতঃ  ৷ মূঢ়োহয়ং নাভিজানাতি লোকো মামজমব্যয়ম্‌  ৷৷ অৰ্থাৎ, বুদ্ধিহীন আৰু মূৰ্খবোৰৰ আগত মই কেতিয়াও আত্মপ্ৰকাশ নকৰো;সিহতৰ বাবে মই মোৰ অন্তৰঙ্গা শক্তি যোগমায়াৰ দ্বাৰা আবৃত হৈ থাকোঁ ৷ সেইবাবেই মই যে জন্মহীন আৰু অব্যয়, মোৰ মায়াৰ প্ৰভাৱত বিমোহিত হৈ থকা জগতবাসীয়ে সেই কথা বুজিব নোৱাৰে ৷ যেতিয়াই আমি

মাতৃত্বকালীন ছুটিৰ পিছতে এইবাৰ চাকৰিজীৱী লোকে লাভ কৰিব ৩মাহৰ পিতৃত্বকালীন ছুটি

মাতৃত্বকালীন ছুটিৰ পিছতে এইবাৰ চাকৰিজীৱী লোকে লাভ কৰিব ৩মাহৰ পিতৃত্বকালীন ছুটি

সংসাৰত সন্তানৰ আগমনে বহুক্ষেত্ৰত এক সুখৰ নিজৰা বোৱাই আনে যদিও চাকৰিয়াল সকলৰ জীৱনত বহুক্ষেত্ৰত এক অজান হতাশাই দেখা দিয়ে।পূৰ্বতে মাতৃ হোৱাৰ লগে লগে নাৰীগৰাকীয়ে ৬মাহৰ মাতৃত্বকালীন চুটি লাভ কৰিছিল যদিও পিতৃৰ ক্ষেত্ৰত কোনোধৰণৰ এনে নিয়ম বলব্যত হোৱা নাছিল। ভাৰতবৰ্ষত চৰকাৰী হওক বা বেচৰকাৰী দুইটা ক্ষেত্ৰতে মহিলা কৰ্মচাৰীক প্ৰসূতিকালীন অৱস্থাৰ পৰা

যুৱ মহোৎসৱত শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কটনৰ

যুৱ মহোৎসৱত শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কটনৰ

গুৱাহাটী, ১০ জানুৱাৰীঃ চাইন্স এণ্ড টেকনল’জি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম)ত অনুষ্ঠিত শেহতীয়াকৈ সমাপ্ত হোৱা ৩৬ সংখ্যক পূব মণ্ডল যুৱ মহোৎসৱত কেইবাটাও পদক অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৯ জনীয়া দলটোৱে অসমলৈ সুনাম কঢ়িয়াই আনিছে। দেওবাৰে সমাপ্ত হোৱা যুৱ উৎসৱটি ৪ জানুৱাৰীত আৰম্ভ হৈছিল আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা ১৫ খন বিশ্ববিদ্যালয়ে ইয়াত