ৰাম বনবাস যোৱাৰ পিছত ভৰতে ৰামক বিচাৰি অৰণ্যলৈ গৈছিল ।অৰণ্যত ৰামক লগ পাই ভৰতে আকৌ ৰাজ্যলৈ ঘূৰি নগৈ ৰামৰ লগতে থকাৰ ইচ্ছা কৰিছিল । ৰামে বুজাই বঢ়াই লৈ ভৰতক আকৌ অযোধ্যালৈ ৰাজ্য শাসন কৰিবলৈ পঠাই দিছিল । ভৰতে দেশ চলোৱাৰ নীতি শিক্ষা ৰামৰ পৰা গ্ৰহণ কৰিব বিচাৰিছিল । তেতিয়া ভৰতক
Category: Assamese News
ৰামভক্ত বীৰ হনুমান চাৰিযুগে অমৰ,এতিয়াও আছে বজৰংবলী ৷পুৰুষোত্তম শ্ৰীৰাম ভক্ত হনুমানৰ জন্ম ৰহস্যও অদ্ভূত ৷ হনুমান মহাদেৱৰ অৱতাৰ ৷ৰামক হৃদয়ঙ্গম কৰি জয় শ্ৰীৰাম বুলি কৈ পৱন পুত্ৰই বায়ু বেগে উৰি গৈছিল ৷শ্ৰীৰাম বুলি শিলত লিখি পানীত দিলে শিল বিলাকো ওপঙি উঠিছিল কিন্তু প্ৰভূ শ্ৰীৰামে ৰাম বুলি শিলত লিখি পানীত দিয়াত
গণ+পতি=গণপতি-যাৰ- সহজ অৰ্থ= গণ-মানে-সমূহ-নানা-সকলো। পতি-মানে-স্বামী-মালিক। অৰ্থাৎ-সকলোৰে স্বামী-মালিক। গণ+ঈশ=গণেশ- যাৰ সহজ অৰ্থ… গণ-মানে=সমূহ.. নানা,, সকলো। ঈশ_মামে=ঈশ্বৰ.. ভগৱান। মৰ্হষি=পাণিনিৰ মতে- গণ-মানে-দিশ-দিক। পতি =মানে-স্বামী। গণপতি-গণেশ-মানে- দশো দিশৰ স্বামী। গণপতি’ৰ ,, অনুমতি অবিহনে কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা আগমন কৰিব নোৱাৰে।। সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে গণপতি) গণেশৰ পূজা কৰি.. তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা
“যৎ ফলং নাস্তি তপসা ন যোগেন সমাধিনা | অনাসায়েন তৎসৰ্ব্বং সপ্তাহ শ্ৰৱণে লভেৎ ||” অৰ্থাৎ তপ, যোগ, সমাধিৰ দ্বাৰা যি ফল লাভ কৰিব পৰা নাযায়, সপ্তাহ জোৰা ভাগৱত শ্ৰৱণত সেই ফল লাভ কৰিব পাৰি | সেয়েহে মহামতি শুকমুনিয়ে ৰজা পৰীক্ষিতক মৰণৰ বেলা সপ্তাহ জোৰা ভাগৱত শ্ৰৱণ কৰাইছিল |
ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে