নেমু টেঙাৰ নাম শুনিলেই আমাৰ জিভাৰ পানী পৰে নহয়নে বাৰু? শৈশৱত কাজি নেমু সৰু সৰুকৈ কাটি নিমখ, জলকীয়া দি খোৱাৰ অভিজ্ঞতা কাৰ কাৰ আছে বাৰু? ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে। নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো বৰ
Category: Assamese News
উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়। নিৰামিষ মাংস যে কেৱল দেখাতহে প্ৰকৃত মাংসৰ দৰে তেনে নহয়। ইয়াৰ সোৱাদো ভাল। সেয়েহে বৰ্তমান
ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷ মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস
সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰ বহু
ডায়েবেটিছ এনেকুৱা এক সমস্যা যাৰ বাবে দৃষ্টিশক্তি হেৰুৱা, বৃক্কৰ সমস্যা, হাৰ্ট এটেককে ধৰি বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়। এয়া আমাৰ কথা নহয়, বৰঞ্চ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) প্ৰতিবেদনত উল্লেখ থকা কথা। এতিয়ালৈকে ডায়েবেটিছৰ কোনো স্থায়ী সমাধান পোৱা নাই। কিন্তু সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা