ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে
Category: Assamese News
নেমু টেঙাৰ নাম শুনিলেই আমাৰ জিভাৰ পানী পৰে নহয়নে বাৰু? শৈশৱত কাজি নেমু সৰু সৰুকৈ কাটি নিমখ, জলকীয়া দি খোৱাৰ অভিজ্ঞতা কাৰ কাৰ আছে বাৰু? ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে। নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো বৰ
উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়। নিৰামিষ মাংস যে কেৱল দেখাতহে প্ৰকৃত মাংসৰ দৰে তেনে নহয়। ইয়াৰ সোৱাদো ভাল। সেয়েহে বৰ্তমান
ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷ মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস
সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰ বহু