ডায়েবেটিছ এনেকুৱা এক সমস্যা যাৰ বাবে দৃষ্টিশক্তি হেৰুৱা, বৃক্কৰ সমস্যা, হাৰ্ট এটেককে ধৰি বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়। এয়া আমাৰ কথা নহয়, বৰঞ্চ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) প্ৰতিবেদনত উল্লেখ থকা কথা। এতিয়ালৈকে ডায়েবেটিছৰ কোনো স্থায়ী সমাধান পোৱা নাই। কিন্তু সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা
Category: Assamese News
চকু আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। চকুৰ সহায়তে আমি পৃথিৱীখন দেখা পাও। কিন্তু কৰোনাৰ সময়ছোৱাত মোবাইল ফোনৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পোৱা দেখা গল। যাৰ বাবে সৰু ল’ৰা-ছোৱালীৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিছে। লগতে দৃষ্টিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিছে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা উপায়ে এই সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বিষয়ে
আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দ কঢ়িয়াই আনিছে ৷ বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী হৈ পৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়ো অসম সৌৰভ বটাঁত মোৰ নামটো দেখি বহুত
নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিস্থিত বন্ধন বেংকৰ তৰফৰ পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে ডিমৌ চাৰিআলিৰ বাসিন্দা তথা ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ আৰু বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈক বুধবাৰে বন্ধন বেংকৰ বেবেজীয়া শাখাৰ তৰফৰ পৰা নৱবৰ্ষৰ ওলগ
আজি সন্ধিয়া প্ৰায় ৫ – ৪০ বজাত নাজিৰাৰ ৰজাপুলত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এই দূৰ্ঘটনাত দুগৰাকী মহিলা সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় । ঘটনা মৰ্মে , নাজিৰা দিশৰ পৰা গৈ থকা এ এছ ২৩ কিউ ৩৯৯১ নম্বৰৰ ভান গাড়ীখনে বিপৰীত দিশৰ পৰা অহা এ এছ