Advertisement

Category: Assamese News

দৰা ৭০ বছৰীয়া, কইনা ৫০ বছৰীয়া, মৰিগাঁৱৰ মিকিৰভেটাত সমূহীয়া বিবাহত উলহ-মালহ পৰিৱেশ

দৰা ৭০ বছৰীয়া, কইনা ৫০ বছৰীয়া, মৰিগাঁৱৰ মিকিৰভেটাত সমূহীয়া বিবাহত উলহ-মালহ পৰিৱেশ

কথাতে কয় জন্ম, মৃত্যু¸ বিবাহ হেনো ভগৱানৰ হাতত। এখন গাঁৱত এইবাৰ কিন্তু ৰাইজে পাতিলে একেলগে ১২ গৰাকী দৰা আৰু ১২ গৰাকী কইনাৰ  বিয়া। এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানিলে ১২

আজি জামিন পাবনে অৰবিন্দ কেজৰিৱালে? উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি

আজি জামিন পাবনে অৰবিন্দ কেজৰিৱালে? উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি

আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব।

সুখবৰ! অক্ষয় তৃতীয়াত কমিল সোণৰ দাম! চাওক আজি গুৱাহাটীত কিমান দাম সোণ-ৰূপৰ?

সুখবৰ! অক্ষয় তৃতীয়াত কমিল সোণৰ দাম! চাওক আজি গুৱাহাটীত কিমান দাম সোণ-ৰূপৰ?

অক্ষয় তৃতীয়াৰ পূণ্য তিথিত বহুতেই সোণ কিনে। এই দিনটোত সোণ কিনা শুভ বুলি কোৱা হয়। বহু মানুহে এই দিনটোত অলপ হ’লেও সোণ কিনে। আপোনাৰো যদি এনে পৰিকল্পনা আছে, তেন্তে জানি

মহানগৰীত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

মহানগৰীত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

মহানগৰীৰ ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। গেলাপট্টিৰ লক্ষীগলিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পাট’দিয়া মাৰ্কেটত উদ্ধাৰ যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ। মাৰ্কেটখনৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনক দুৰ্বৃত্তই হত্যা কৰাৰ